Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet:ক’ত অন্তধ্যান হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ একাংশ মৃত জীৱ-জন্তুৰ সবিশেষ তথ্য

কাৰ গাফিলতিত চিৰিয়াখানাত হেৰাল ২০০১ চনৰ পৰা ২০১১ চনলৈ অন্য ৰাজ্যৰে সৈতে আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰ অতি গুৰুতৰ নথি-পত্ৰ

publisher by publisher
October 26, 2023
in Assam, India, News
Reading Time: 3 mins read
0
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

App Assam Pressmeet:

অসমৰ গৌৰৱ তথা অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা খনত শেহতীয়াকৈ ব্যাপক অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে। চৰকাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে বছৰি কোটি কোটি টকাৰ অনুদান আগবঢ়াই আহিছে যদিও আজি লৈকে অসমৰ একমাত্ৰ চিৰিয়াখানা খন সংস্কাৰমুখী নহল। এতিয়া যেন বিতৰ্কৰ অন্য এক নাম হৈ পৰিছে অসম চৰকাৰৰ বন বিভাগৰ অধীনত থকা অসম ৰাজ্যিক চিৰিয়াখানা।

ADVERTISEMENT

শেহতীয়াকৈ আম আদমি পার্টি (আপ)ৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি চিৰিয়াখানা কর্তৃপক্ষই দিয়া উত্তৰ দেখি চকু কপালত উঠিছে।

উল্লেখযোগ্য যে, আৰ টি আইৰ উত্তৰত লাভ কৰা তথ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আজি আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপৰ মুখপাত্ৰ গৰাকীয়ে এখনি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

সংবাদ মেলত আপৰ মুখপাত্র গৰকীয়ে সাংবাদিকৰ আগত কয় যে, অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া এক বিশেষ অদৃশ্য শক্তিয়ে বিৰাজ কৰিছে, যি অদৃশ্য শক্তিৰ ছত্ৰছায়াত চিৰিয়াখানাত মৃত্যু হোৱা একাংশ জীৱ জন্তুৰ নাম তথা মৃত্যুৰ সবিশেষ মৃত জীৱ-জন্তুৰ পঞ্জীয়ন তালিকাৰ পৰা নোহোৱা হৈ যায়, আৰু চৰকাৰী নথি-পত্ৰ নোহোৱা হয়।

লগতে আজিৰ এই সংবাদ মেলত আপৰ মুখপাত্র গৰাকীয়ে যোৱা বিগত ২০২২ বৰ্ষৰ এটা ঘটনাৰ ফটো আৰু বাতৰিৰ প্ৰদৰ্শন কৰি কয় যে,২০২২ চনৰ ২ নৱেম্বৰৰ নিশা গণেশগুৰি, নয়নপুৰ অঞ্চলৰ পৰা ৰাইজৰ সহযোগত মূল পথত ঘূৰি থকা অৱস্থাত আঘাতপ্রাপ্ত এটা পহু উদ্ধাৰ কৰি গীতানগৰ আৰক্ষী আৰু সংবাদমাধ্যমৰ সহযোগত চিৰিয়াখানা কর্তৃপক্ষক গতাই দিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত পহুটোৰ চিকিৎসা হৈছিল যদিও অতি দূর্ভাগ্যজনক ভাৱে বিগত বৰ্ষৰে ৮ নবেম্বৰত পহুটোৰ মৃত্যু হোৱা বুলি নাথক চিৰিয়াখানাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জানিবলৈ দিয়ে।

কিন্তু অতি আচৰিত বিষয়টো হৈছে যে, চিৰিয়াখানাৰ মতে ৮ নবেম্বৰ ২০২২ তাৰিখে মৃত্যু হোৱা এই পহুটোৰ মৃত্যু হোৱাৰ কোনো ধৰণৰ তথ্য অসম ৰাজ্যিক চিৰিয়াখানাই মৃত জীৱ জন্তুৰ নাম, তথা সবিশেষ লিপিবদ্ধ কৰি ৰখা পঞ্জীয়ন তালিকাত উল্লেখ নাই।

বৰঞ্চ অসম ৰাজ্যিক চিৰিয়াখানাই আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথক প্ৰদান কৰা ২০০১ চনৰ পৰা ২০২৩ চনৰ লৈকে চিৰিয়াখানাত মৃত্যু হোৱা সকলো জীৱ-জন্তুৰ পঞ্জীয়ন তালিকাটো মৃত উক্ত পহুটোৰ কোনো কথাই উল্লেখ নাই।

চিৰিয়াখানাই মৃত জীৱ-জন্তুৰ নাম লিপিবদ্ধ কৰি ৰখা মূল লিষ্টত ৮ নবেম্বৰ ২০২২ তাৰিখে কোনো জন্তুৰে মৃত্যু হোৱাৰ কথাই উল্লেখ নাই।

ইয়াৰ ওপৰিও আপ অসমৰ মুখপাত্র সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইনৰ ২০০৫ ৰ অধীনত ২০০১ চনৰ পৰা ২০২৩ চনলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অন্য ৰাজ্য তথা দেশলৈ আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰ খতিয়ান বিচাৰি কৰা আবেদনৰ উত্তৰত চিৰিয়াখানাই অতি আশ্বৰ্য্যজনক ভাবে ২০০১ চনৰ পৰা ২০১১ চনলৈ মুঠ দহ বছৰৰ অসম ৰাজ্যিক চিৰিয়াখানাত আমদানি-ৰপ্তানি হোৱা জীৱ-জন্তুৰ কোনো চৰকাৰী তথ্য বর্তমান নাই বুলি অভিহিত কৰি কেৱল ২০১২ চনৰ পৰা ২০২২ চনলৈ অন্য ৰাজ্যৰে সৈতে আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰহে তালিকা প্ৰদান কৰে।

ইয়াৰ ওপৰিও আপৰ মুখপাত্ৰ গৰাকীয়ে চিৰিয়াখানাত বৰ্তমান থকা সকলো জীৱ-জন্তুক দৈনিক খাদ্য যোগান ধৰাৰ বাবে কিমান টকাৰ খৰচ হয় বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চিৰিয়াখানা কর্তৃপক্ষই অতি চল-চতুৰিৰে উক্ত প্রশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকাটো অতি দূর্ভাগ্যজনক বুলি আজিৰ সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপ অসমে।

অতি পৰিতাপৰ কথাটো হল যে, অসম ৰাজ্যিক চিৰিয়াখানাৰ হাতত নাই ২০০৭ চনৰ পৰা ২০১১ চনলৈ লাভ কৰা চৰকাৰী পুঁজিৰ অফিচ ৰেকৰ্ড। আজিৰ এই সংবাদমেলত আপে অসম চৰকাৰৰ বন বিভাগ আৰু চিৰিয়াখানাক প্ৰশ্ন কৰি কয় যে, কিয় আৰু কি কাৰণত চিৰিয়াখানাৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ পৰা এনেকৈ চৰকাৰী নথি-পত্ৰ নোহোৱা হৈছে? দুৰ্নীতি আৰু অনিয়ম দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী জনৰ চৰকাৰৰ দিনতেই চিৰিয়াখানাত চলি থকা এনেবোৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰ কেতিয়া কঠোৰ হ’ব? আৰু চৰকাৰী কাৰ্যালয়ত চৰকাৰী নথি সুৰক্ষিত কৰি ৰাখিব নোৱাৰা কৰ্মচাৰীৰ ওপৰত চৰকাৰ তথা বন বিভাগৰ ইমান নৰম স্থিতি কিয় বুলি প্ৰশ্ন কৰে আপ অসমে।

বৰ্তমান চৰকাৰ আৰু একাংশ বিভাগৰ চৰকাৰী কাৰ্যালয় ঢাল -তৰোৱাল বিহীন নিধিৰাম চৰকাৰলৈ পৰিণত হৈছে। য’ত চৰকাৰ আছে ঠিকেই, বিভাগ আছে ঠিকেই, কিন্তু কাম একো হোৱা নাই বুলি কঠোৰ ভাষাৰে চৰকাৰক নিন্দা কৰে আপ অসমে।

লগতে আপে এই কথাও দাবী জনায় যে, ২ নবেম্বৰ ২০২২ তাৰিখে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিৰিয়াখানাক গতাই দিয়া পছটো ৮ নবেম্বৰ ২০২২ তাৰিখে চিৰিয়াখানাই মৃত্যু হৈছে বুলি কৈছে যদিও, সমগ্র ঘটনাটো সন্দেহৰ আৱৰ্তত। অসমৰ বন মন্ত্ৰী গৰাকীক নিজৰ বিভাগত ঘটি থকা এনেবোৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে তদন্ত চলাই ব্যবস্থা গ্ৰহণ কৰিবলৈ কুম্ভকৰ্ণ নিদ্ৰাত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিদ্ৰা ভংগ কৰিবলৈ আজিৰ এই সংবাদ মেলত অনুৰোধ জনায় আপৰ মুখপাত্র সুশান্ত কুমাৰ নাথে।

উল্লেখযোগ্য যে, আজিৰ এই সংবাদ মেলত উপস্থিত থাকে আপ অসম যুৱশক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক নীলমণি শ‍ইকীয়া, আৰু যুৱশক্তিৰ যুটীয়া সম্পাদক লক্ষ্যজিৎ গগৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AppAssam State Zoo cum Botanical GardenPressmeet
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d