Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?

publisher by publisher
February 10, 2025
in India
Reading Time: 1 min read
0
Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Manipur Situation:মণিপুৰত অগ্নিসংযোগ বহু গৃহত, দুই পক্ষৰ গুলিত আহত চিআৰপিৰ বিষয়া

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

দুটাকৈ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত মণিপুৰ

Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?

বিধানসভাৰ অধিবেশনত অনাস্থা প্রস্তাৱ উত্থাপনৰ যো-জা চলিছিল

অভাৱনীয় পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিছিল বিদ্রোহী বিধায়কবর্গই

অধিবেশন বাতিল কৰিলে ৰাজ্যপাল ভাল্লাই

:দলৰ বাহিৰে-ভিতৰে সন্মুখীন হোৱা তিৰস্কাৰ-সমালোচনাক বিগত দুবছৰ ধৰি আওকাণ কৰি অহা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশেষত পদত্যাগ কৰিলে। ৰাজ্যখনক অৰাজক কৰি তোলাৰ অভিযোগত দলৰ ভিতৰতে সৃষ্ট প্রচণ্ড চাপ তথা বিৰোধীৰ হুংকাৰত নতি স্বীকাৰ কৰি আজি মুখ্যমন্ত্রী সিঙে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত পদত্যাগপত্র দাখিল কৰে।

ADVERTISEMENT

ইয়াৰ পূৰ্বে তেওঁ দেওবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নড্ডাক সাক্ষাৎ কৰি এক দুঘণ্টীয়া আলোচনাত মিলিত হয়। লক্ষ্যণীয়ভাবে শ্বাহ-নড্ডাৰে আলোচনাত
মিলিত হোৱাৰ সময়ত তেওঁৰ স’তে মণিপুৰৰ কোনো মন্ত্রী-বিধায়ক উপস্থিত নাছিল। দিল্লীৰ পৰা তেওঁ দেওবাৰে আবেলি উভতি আহে আৰু সন্ধিয়া ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কবি পদত্যাগপত্র দাখিল কৰে।

মুখ্যমন্ত্ৰী সিঙৰ স’তে দিল্লীৰ পৰা ইম্ফলত উপস্থিত হয় বিজেপিৰ উত্তৰ-পূৱৰ সমন্বয়ক ড:সম্বিত পাত্র। পাছত সন্ধিয়া সিঙে পাত্র আৰু দলৰ মণিপুৰৰ একাংশ জ্যেষ্ঠ নেতাৰ স’তে গৈ ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়তে তেওঁ ৰাজ্যপালৰ হাতত পদত্যাগপত্র দাখিল কৰে। সিঙৰ এই ৰাজভৱন যাত্ৰাত সংগ দিয়া সকলৰ মাজত তেওঁৰ কেবিনেট সতীর্থ টি বিশ্বজিৎ সিং, সপাম ৰঞ্জন সিং, গোবিনদাস কণ্ঠৌজাম আৰু টি বসন্ত সিং থাকে।

উল্লেখ্য যে সোমবাৰৰ পৰা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। এই অধিবেশনত সিঙৰ বিৰুদ্ধে অনাস্থা প্রস্তার উত্থাপনৰ কুচকাৱাজ আৰম্ভ কৰে বিৰোধী তথা কংগ্রেছে। এই ক্ষেত্ৰত বিৰোধীতকৈ অধিক সক্রিয় হৈ পৰে তেওঁৰে দলীয় সতীর্থ একাংশ মন্ত্রী-বিধায়ক আনকি এই মন্ত্রী-বিধায়কসকলে বিধানসভা অধিবেশন আৰম্ভ হোৱাৰ পূর্বে মুখ্যমন্ত্রী সলনি নকৰিলে এক ডাঙৰ অভাৱনীয় পদক্ষেপ গ্রহণৰো হুংকাৰ দিয়ে।

ইয়ে দলৰ শীর্ষ নেতৃত্বৰ ওপৰতো চাপ বৃদ্ধি কৰাত সিঙক পদত্যাগ কৰিবলৈ বাধ্য কৰে বুলি চর্চা হৈছে। অৱশ্যে সিঙে পদত্যাগপত্র দাখিল কৰাৰ পাছত নিশাই ৰাজ্যপাল ভাল্লাই মণিপুৰ বিগনসভাৰ আগন্তুক বাজেট অধিবেশন বাতিল কৰে। সূত্ৰৰ মতে, এনে কাৰণতে দেওবাৰেতেওঁ গৃহমন্ত্রী শ্বাহ আৰু বিজেপি সভাপতি নাড্ডাক অকলে সাক্ষাৎ কৰিবলগীয়া হয়। অৱশ্যে শ্বাহ আৰু নড্ডাৰ স’তে তেওঁৰ হোৱা দুঘণ্টীয়া আলোচনাৰ তথ্য ৰাজহুৱা হোৱা নাই।

উল্লেখ্য যে ২০২৩ৰ মে’ত সূত্রপাত ঘটা মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত বিস্তৰ ধন-জনৰ ক্ষয়-ক্ষতি হৈছে। দলৰ বাহিৰে-ভিতৰে উত্থাপিত অভিযোগ অনুসৰি মুখ্যমন্ত্রী সিঙে ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ জুই জ্বলি উঠাত ইন্ধন যোগায়। আনকি ভাইৰেল হোৱা এটা বিতর্কিত অডিঅ’ টেপত সিঙে নিজেই এই গোষ্ঠী সংঘর্ষত উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই অডিঅ’ ঢেপৰ পৰীক্ষণ প্রতিবেদন ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বিচাৰি কিছুদিন পূর্বে উচ্চতম ন্যায়ালয়ে নির্দেশ জাৰি কবে। এই অডিঅ’ টেপত বাণীবদ্ধ কণ্ঠৰ স’তে সিঙৰ কণ্ঠৰ ৯৩ শতাংশ মিল আছে। অডিঅ’ টেপটোত বাণীবদ্ধ কণ্ঠই গোষ্ঠী সংঘৰ্ষৰ কৃতিত্ব লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Biren SinghManipur
publisher

publisher

Related Posts

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d