Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Volodymyr Zelenskyy:ক্ৰমাৎ স্থিতি নৰম জেলেনস্কিৰ !

আমেৰিকাৰ স'তে খনিজ দ্ৰব্যৰ বুজাবুজিৰ বাবেও ইউক্রেইন সাজু

publisher by publisher
March 5, 2025
in International
Reading Time: 2 mins read
0
Volodymyr Zelenskyy:ক্ৰমাৎ স্থিতি নৰম জেলেনস্কিৰ !
1
SHARES
8
VIEWS
ShareShareShareShare

Volodymyr Zelenskyy:

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ স’তে হোৱাইট হাউছত এক বৈঠকত অংশ লোৱাৰ সময়ত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনস্কিক মার্কিন ৰাষ্ট্ৰপতিয়ে অপমান কৰাৰ অভিযোগ উঠিছিল। কেমেৰাৰ সন্মুখত আয়োজিত উক্ত বৈঠকত ইউক্রেইন যুদ্ধ বন্ধ কৰাক লৈ জেলেনস্কিৰ স’তে ট্রাম্পে বাকবিতণ্ডা কৰিছিল আৰু হঠাতে ইউক্রেইনৰ ৰাষ্ট্ৰপতিক ধমক দিছিল।

ADVERTISEMENT

এই ঘটনাৰ পাছত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামান্য নৰম স্থিতি প্ৰদৰ্শন কৰি কয় যে তেওঁ ৰাছিয়া আৰু আমেৰিকাৰ স’তে বুজাবুজিৰ বাবে সাজু আছে যদিও আমেৰিকাই কিছু চৰ্ত পূৰণৰ দায়িত্ব ল’ব লাগিব। সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি জেলেনস্কিয়ে আমেৰিকাৰ পৰা একাধিক বিষয়ত নিশ্চয়তা দাবী কৰি কয় যে যদি আমেৰিকাই তেওঁ বিচৰা দাবী পূৰণ কৰে তেন্তে ৰাষ্ট্ৰপতিৰ পদ ত্যাগ কৰিবলৈকো তেওঁ সাজু আছে।

RelatedPosts

 India- Us Trade Deal:আমেৰিকা-ভাৰত অন্তৱৰ্তী বাণিজ্য বুজাবুজি : শুল্ক হ্ৰাস, আমদানিত বৃহৎ প্ৰতিশ্ৰুতি

US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !

Trump – Modi :ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস কৰাত ট্রাম্পে ক’লে: মোদীয়ে মোক সন্তুষ্ট কৰিবলৈ এই পদক্ষেপ ল’লে

জেলেনস্কিয়ে বুজাবুজিৰ বাবে চৰ্ত আৰোপ কৰি ক’লে, ‘যদি ইউক্রেইনক নাটোৰ সদস্যতা প্রদান কৰা হয় আৰু নিৰাপত্তাৰ গেৰাণ্টি দিয়া হয়, তেন্তে মই ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিবলৈ সাজু আছো । এই বিষয়ত আমেৰিকাই আমাক নিশ্চয়তা দিব লাগিব। আমেৰিকাৰ স’তে খনিজ দ্ৰব্যৰ বুজাবুজিৰ বাবেও আমি সাজু আছো।

অৱশ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কেমেৰাৰ সন্মুখৰ পৰিৱৰ্তে বন্ধ কোঠাত আলোচনা আয়োজন কৰিব লাগিব। আমি শান্তি বিচাৰো। কিন্তু একে সময়তে ইউক্রেইনৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা নিশ্চিত হ’ব লাগিব।’ জেলেনস্কিয়ে লগতে কয় যে আমেৰিকাৰ স’তে আলোচনা অব্যাহত ৰাখিবলৈ তেওঁ সদায় সাজু থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ConflictDonald TrampUnderstanding MineralsVolodymyr Zelenskyy
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d