Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !

publisher by publisher
January 16, 2026
in International
Reading Time: 1 min read
0
US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

 India- Us Trade Deal:আমেৰিকা-ভাৰত অন্তৱৰ্তী বাণিজ্য বুজাবুজি : শুল্ক হ্ৰাস, আমদানিত বৃহৎ প্ৰতিশ্ৰুতি

US Visa:

প্ৰব্ৰজন নিয়ন্ত্রণত অধিক কঠোৰ পদক্ষেপ ল’লে মাৰ্কিন যুক্তৰাষ্ট্ৰই। ৰাছিয়া, ইৰান, আফগানিস্তানসহ ৭৫ খন দেশৰ বাবে ভিছা বন্ধ কৰিলে আমেৰিকাই। প্রসংগত উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰত হোৱাইট হাউছৰ ওচৰত গুলিবর্ষণ কৰিছিল এজন আফগান নাগৰিকে। এই ঘটনাত নেচনেল গার্ডৰ এজন সদস্যৰ মৃত্যু হৈছিল।

ADVERTISEMENT

ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছিল যে তৃতীয় বিশ্বৰ নাগৰিকৰ বাবে আমেৰিকাৰ দুৱাৰ চিৰদিনলৈ বন্ধ কৰা হ’ব। এইবাৰ ঘোষণা কৰা অনুসৰি এই পথ গ্রহণ কৰিলে মার্কিন ৰাষ্ট্রপতিয়ে। হোৱাইট হাউছে সদৰী কৰা অনুসৰি অর্নিদিষ্ট কালৰ বাবে ভিছা বন্ধ কৰাৰ এই সিদ্ধান্ত ৷ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ’ব। মার্কিন বিদেশ বিভাগে ভিছা নিষিদ্ধ কৰাৰ তালিকাত অন্তর্ভুক্ত কৰা ৭৫ দেশৰ মাজত আছে ইৰান,ৰাছিয়া, ছোমালিয়া, আফগানিস্তান, ব্রাজিল, নাইজেৰিয়া, ইৰাক, ইজিপ্ত, য়েমেন, থাইলেণ্ড, পাকিস্তান, বাংলাদেশৰ দৰে দেশ। পৰৱৰ্তী নির্দেশনা জাৰি নকৰালৈকে এই ৭৫ দেশৰ নাগৰিকে লাভ নকৰিব মার্কিন ভিছা। এই সিদ্ধান্তৰ ফলত সংশ্লিষ্ট ৭৫ দেশৰ নাগৰিকৰ আমেৰিকাত বসবাস আৰু কৰ্মৰত হোৱাৰ পথো অর্নিদিষ্ট কালৰ বাবে বন্ধ হ’ল।

সূত্ৰৰ খবৰ অনুসৰি পৰ্যটক বা অস্থায়ী শ্রমিকৰ ক্ষেত্ৰ এই নিয়ম কার্যকৰী নহ’ব। তদুপৰি চলিত বর্ষতে আমেৰিকাত ফিফা বিশ্বকাপ অনুষ্ঠিত হ’ব। সেয়েহে মার্কিন প্রশাসনে জনোৱা অনুসৰি বিশ্বকাপ চাবলৈ অহা আন দেশৰ নাগৰিকৰ ভিছা দিয়া হ’ব। এই তালিকাত নিষিদ্ধ হোৱা ৭৫ নাগৰিকো আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 75th countryDonald TrampUs suspends visaWhite House
publisher

publisher

Related Posts

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d