Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Telangana:তেলেংগানাৰ সুৰংগত ১২ দিন বন্দী ! জীৱিত নে মৃত ? শ্ৰমিকসকলক বিচাৰি ওলাল এইবাৰ আৰক্ষীৰ বিশেষ কুকুৰ

publisher by publisher
March 6, 2025
in India
Reading Time: 1 min read
0
Telangana:তেলেংগানাৰ সুৰংগত ১২ দিন বন্দী ! জীৱিত নে মৃত ? শ্ৰমিকসকলক বিচাৰি ওলাল এইবাৰ আৰক্ষীৰ বিশেষ কুকুৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Telangana:

১২ দিন পাৰ হৈ গ’ল ! কিন্তু সন্ধান ওলোৱা নাই তেলেংগানাৰ সুৰংগত আৱদ্ধ হোৱা আঠ শ্ৰমিকৰ আৰু অভিযন্তা।তেওঁলোক জীৱিত নে মৃত, কি অৱস্থাত আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই । আশাৰ পোহৰ প্ৰায় নুমাই গৈছে। সেই পৰিস্থিতিত এইবাৰ উদ্ধাৰ অভিযানত যোগ দিলে কেৰালা আৰক্ষীৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে।

ADVERTISEMENT

বৃহস্পতিবাৰে পুৱা কেৰালা চৰকাৰে জনাই যে মৃতদেহ বিচাৰি প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰ কেইটা ইতিমধ্যে তেলেংগানালৈ ৰাওনা হৈছে। ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) যৌথ অনুৰোধত বিশেষ আৰক্ষী কুকুৰ কেইটা কেৰেলালৈ প্ৰেৰণ কৰা হৈছে।

RelatedPosts

প্রয়াত তেলেংগানাৰ ‘ট্ৰি মেন’

Telangana Tunnel Collapse:১৬৮ ঘণ্টা পাৰ হৈ গ’ল ! সুৰংগত এতিয়াও আৱদ্ধ হৈ আছে আঠজন শ্রমিক !

Telangana Tunnel Collapsed:১৩০ ঘণ্টা পাৰ হৈ গ’ল, আজিও সন্ধান ওলোৱা নাই তেলেংগানাৰ সুৰংগত আৱদ্ধ শ্রমিকৰ !

আনহাতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এগৰাকী বিষয়া প্ৰসন্ন কুমাৰে বিগত সোমবাৰে জনাই যে, আৱদ্ধ শ্ৰমিকসকলৰ সন্ধান বিচাৰি দিনে নিশাই ১২টা সংস্থাই কাম কৰি আছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশৰ পৰা বিভিন্ন বিশেষজ্ঞক প্ৰেৰণ কৰিছে। কিন্তু হেজাৰ চেষ্টাৰ পাছতো এতিয়ালৈকে শ্ৰমিকসকলৰ ওচৰলৈ যোৱাটো সম্ভৱ হোৱা নাই। সুৰংগটোত জমা হোৱা পানী আৰু বোকাৰ স্তৰৰ বাবে, শ্ৰমিকসকল ওচৰত উপস্থিত হ’ব পৰা নাই ।

বিগত ২২ ফেব্ৰুৱাৰীত, তেলেংগানাৰ ৪৪ কিলোমিটাৰ দীঘল শ্ৰীশৈলম সুৰংগৰ এটা অংশ পুৱা প্ৰায় ৮.৩০ বজাত খহি পৰে। তাতে ১৩.৫ কিলোমিটাৰ ভিতৰত আৱদ্ধ হৈ পৰে আঠজন শ্ৰমিক। তেঁওলোকৰ উদ্ধাৰৰ বাবে প্ৰায় ৫০০ উদ্ধাৰকাৰীয়ে কাম কৰি আছে। আজি ১২ টা দিন ধৰি বহুতো প্ৰচেষ্টা কৰা হৈছে।

কিন্তু শ্ৰমিকসকলৰ অৱস্থান এতিয়াও জনা হোৱা নাই। আজিলৈকে তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই । ইফালে সময় যোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে যদিও উদ্ধাৰকাৰীসকলে আশা এৰি দিয়া নাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TELANGANATunnel Collapse
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
প্ৰেমৰ সম্পর্ক বিচ্ছেদৰ ‘শাস্তি’, 
India

প্ৰেমৰ সম্পর্ক বিচ্ছেদৰ ‘শাস্তি’, 

June 3, 2025
অপাৰেচন সিন্দূৰৰ সময়ত সেনাৰ গতিবিধিৰ তথ্য সৰবৰাহৰ ! 

পহলগাম আক্ৰমণৰ পাছত প্রথমবাৰ কাশ্মীৰলৈ যাব প্রধানমন্ত্রী!
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d