Youtuber Ranveer Allahbadia:মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ল বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া

yuotuber 1

Youtuber Ranveer Allahbadia:

বিতৰ্কিত মন্তব্য কৰাৰ বাবেই অৱশেষত ক্ৰাইম ব্ৰান্সত হাজিৰ হ’বলগীয়া হল ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। মহানগৰীৰ পানবজাৰস্থ ক্ৰাইম ব্ৰাঞ্চত শুক্ৰবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হাজিৰ হয় বহু বিতৰ্কিত ইউটিউবাৰজন ৷

ADVERTISEMENT

ক্ৰাইম বাঞ্চত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা মাৰাথন জেৰা চলায়। ইউটিউবাৰ এলাহাবাদিয়াৰ বিৰুদ্ধে অসম, মহাৰাষ্ট্ৰত ৰজু আছে পাঁচটা গোচৰ ৷ উল্লেখ্য যে,বিতৰ্কিত ইউটিউবাৰজনে ১৯ ফেব্ৰুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছিল অন্তৱৰ্তীকালীন জামিন ৷

Exit mobile version