Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:৭,৫00 কিলোগ্রামৰ কম ওজনৰ বাহন চলাবলৈ নালাগে সুকীয়া অনুজ্ঞাপত্র:সৰ্বোচ্চ ন্যায়ালয়

লঘু যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰধাৰীলৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক পীঠৰ সকাহ

samimsultana by samimsultana
November 7, 2024
in India, News
Reading Time: 2 mins read
0
Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:৭,৫00 কিলোগ্রামৰ কম ওজনৰ বাহন চলাবলৈ নালাগে সুকীয়া অনুজ্ঞাপত্র:সৰ্বোচ্চ ন্যায়ালয়
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court Judgement:কাৰোবাক মিঞা-টিঞা বুলি কোৱাটো অপৰাধ নহয় : উচ্চতম ন্যায়ালয়

Supreme court Judgement: নিৰ্বাচনৰ মাজত ইভিএমক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:

যিসকলৰ লঘু যান- বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ আছে, তেওঁলোকৰ বাবে এতিয়াৰে পৰা ৭,৫০০ কিলোগ্রামতকৈ কম ওজনৰ গধুৰ বাহন চলাবৰ বাবে সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব। অর্থাৎ এনে অনুজ্ঞাপত্র থকা এজন ব্যক্তিয়ে ইচ্ছা কৰিলে ৭,৫০০ কিলোগ্রামতকৈ কম ওজনৰ বাণিজ্যিক পৰিবহণত ব্যৱহৃত বাহন চলাব পাৰিব।

ADVERTISEMENT

এই ৰায় দিয়ে দেশৰ মুখা ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ক সামৰি গঠিত এখন পাঁচজনীয়া সাংবিধানিক পীঠে। এই ৰায়দানৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে লঘু বাহনৰ অনুজ্ঞাপত্ৰধাৰী চালকে বাণিজ্যিক পৰিবহণ বাহন চলোৱাৰ সময়ত পথ দুর্ঘটনা সংঘটিত কৰাৰ কোনো বাস্তৱ আধাৰিত তথ্য নাই। অৱশ্যে পীঠখনে এই কথাও স্পষ্ট কৰি দিয়ে যে ৭,৫00 কিলোগ্রামতকৈ অধিক ওজনৰ গধুৰ বাণিজ্যিক পৰিবহণ বাহন চলাবলৈ লঘু যান-বাহনৰ অনুজ্ঞাপত্ৰ থকা চালকসকলকো সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ’ব।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ ঋষিকেশ ৰয়, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ পংকজ মিত্তাল আৰু ন্যায়াধীশ মনোজ মিশ্রক সামৰি গঠিত সাংবিধানিক পঠখনে এই ৰায়দানৰ সময়ত ১৯৮৮ৰ যান-বাহন আইনৰো ব্যাখ্যা কৰে। পীঠখনৰ হৈ ৰায়টো লিখে ন্যায়াধীশ ৰয়ে। পীঠে স্পষ্ট কৰি দিয়ে যে যান-বাহন আইনৰ ১০ (২) (ই) ধাৰাৰ অধীনত লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকাসকলক ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বাণিজ্যিক বা গধুৰ বাহন চলোৱাৰ বাবে সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই।

এই ৰায়ে লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকা বহুতকে সকাহ দিব বুলি ধাৰণা কৰা হৈছে। বিচাৰপীঠে এই কথাও স্পষ্ট কৰি দিয়ে যে যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত লঘু যান-বাহন আৰু পৰিবহণ যান-বাহনক সম্পূর্ণৰূপে সুকীয়া শ্রেণীভুক্ত কৰিব নোৱাৰি। অৱশ্যে ই-কার্ট, ই-ৰিক্সা আৰু বিপজ্জনক সামগ্রীবাহী যান-বাহনসমূহকে ধৰি কেতবোৰ বাহনৰ ক্ষেত্ৰত এই শ্রেণীকৰণ প্ৰযোজ্য হ’ব বুলি বিচাৰপীঠে মন্তব্য কৰে।

আনহাতে, সাংবিধানিক পীঠখনৰ এই উল্লেখনীয় বায়ৰ সুবাদত লঘু যান বাহনৰ চালকৰ অনুজ্ঞাপত্র থকাসকলে ইচ্ছা কৰিলে ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বয়-বস্তু কঢ়িওৱা, মধ্যমীয়া যাত্রীবাহী আদি গাড়ী চলাব পাৰিব। এই ৰায়দানৰ সময়ত সাংবিধানিক পীঠে কয়, ‘লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকাসকলৰ বাবে ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বাহন চলাবৰ বাবে চালৰ সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব।’

মুকুন্দ দেৱানগন নামৰ এজন ব্যক্তিয়ে অৰিয়েন্টেল ইঞ্চৰেন্স কোম্পানীৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত আজি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক পীঠখনে এই ৰায়দান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Doesn't Need Separate AuthorisationDrive Transport Vehicle Weighing Less Than 7500 KGHolder Of LMV Driving LicenseSupreme court Judgement
samimsultana

samimsultana

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d