ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

HCE HubSpot blog images 600x350 1

Vitamin D ভিটামিন চিয়ে শৰীৰক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ইয়াৰ ভূমিকা অপৰিসীম।

ADVERTISEMENT

ভিটামিন চি ছালৰ যত্নৰ বাবেও উপযোগী। বিশেষকৈ ঋতুৰ পৰিৱৰ্তনৰ সময়ত ভিটামিন চিয়ে ছালৰ শুকানতা হ্ৰাস কৰাত সহায় কৰে আৰু আৰ্দ্ৰতা বজাই ৰাখে।

ভিটামিন চিত এণ্টি অক্সিডেন্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। যিয়ে ছালখন টান কৰি ৰখাত সহায় কৰে, ব্ৰণ আৰু বিষ নাইকিয়া কৰে।

ভিটামিন চিয়ে ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে আৰু ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত ক’লা হৈ পৰা ছালত উজ্জ্বলতা পুনৰ ঘূৰাই আনে।

Exit mobile version