Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নখৰ এক্সটেনচন কৰিছে? 

ভয়াৱহ হ'ব পাৰে ইয়াৰ পৰিণাম

publisher by publisher
April 17, 2025
in Lifestyle
Reading Time: 1 min read
0
নখৰ এক্সটেনচন কৰিছে? 
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nails Care : তিনিটা ঘৰুৱা উপায় ব্যৱহাৰ কৰিলে নখ দীঘল হ’ব দ্রুত

ঘৰতে মেনিকিয়’ৰ কৰাৰ সহজলভ্য উপায়

Nail Extension: বহু ছোৱালীয়ে নখ ডাঙৰ কৰি ভাল পায় আৰু নখ পলিচ লগাই ভাল পায়। এই বিশেষ চখটো পূৰণ কৰিবলৈ কিছুমানে নখৰ এক্সটেচন’ কৰে। এই নখৰ এক্সটেনচনৰ জনপ্ৰিয়তা দিনক দিনে আকাশলংঘী হৈ আছে।

ADVERTISEMENT

আঠাৰে প্ৰকৃত নখত কৃত্রিম নখ সংলগ্ন কৰি আৰু তাৰ পাছত কৌশল ব্যৱহাৰ কৰি নখৰ এক্সটেনচন তৈয়াৰ কৰা হয়। এই কৃত্রিম নখত বহুতো ভিন্ন ডিজাইন, ৰং কৰা হয়।

যাৰ বাবে নখবোৰ আকৰ্ষণীয় দেখা যায়। কিন্তু আপুনি জানেনে যে নখৰ এক্সটেনচন আপোনাৰ নখৰ বাবে বিপজ্জনক হ’ব পাৰে?

এই বিশেষ নখ কৌশলৰ কে’বাটাও পার্শ্বক্ৰিয়া আছে। সেই পার্শ্বক্ৰিয়াবোৰ কি সেয়া একেবাৰেই জানি লওক।

নখৰ স্বাস্থ্যৰ ক্ষতি : নখৰ এক্সটেনচন কৰাৰ পাছত যদি আপুনি আপোনাৰ নখৰ যত্ন লোৱা নাই, তেন্তে পাছত নখ আঁতৰাই দিলে নখৰ ক্ষতি হ’ব পাৰে। নখবোৰো ক্ৰমান্বয়ে দুৰ্বল হ’বলৈ আৰম্ভ কৰে। আনকি নখৰ গঠনও বেয়া হ’বলৈ আৰম্ভ কৰে।

সংক্ৰমণৰ আশংকা : সঠিক প্রশিক্ষণ নোহোৱা ব্যক্তিৰ পৰা নখৰ এক্সটেনচন ল’লে নখৰ ক্ষতি হ’ব পাৰে। নখৰ তলৰ তৰপবোৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ দৰে বীজাণু বাঢ়ি যায়। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ।

এলাৰ্জী : নখৰ এক্সটেনচনত ব্যৱহৃত আঠাৰ ফলত বহু লোকৰ এলাৰ্জী হয়। ইয়াৰ ফলত নখৰ চাৰিওফালে ৰঙা পৰা বা ঘা হ’ব পাৰে ।

নখৰ বৃদ্ধিত বাধা : কিছুমান নখৰ এক্সটেনচনত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থই নখৰ স্বাভাৱিক বৃদ্ধিত বাধা দিব পাৰে। বিশেষজ্ঞসকলৰ মতে কেৱল সৌন্দৰ্যৰ স্বাৰ্থত এনে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো উচিত নহয়।

নখৰ ভংগুৰ অৱস্থা : যদিও প্ৰথমতে নখবোৰ চিকচিকিয়া যেন লাগে। কৃত্ৰিম নখ আঁতৰোৱাটো

এটা ডাঙৰ সমস্যা। কেতিয়াবা, নকল নখবোৰ আঁতৰাবলৈ বল প্রয়োগ কৰিবলগীয়া হয় । ইয়াৰ

প্ৰভাৱ মানুহৰ প্ৰাকৃতিক নখতো পৰে। নখবোৰ ক্ৰমান্বয়ে ভংগুৰ আৰু অস্বাস্থ্যকৰ হৈ পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nail CareNail extensions
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d