হায়দৰাবাদৰ দুই বিস্ফোৰণৰ গোচৰত পাঁচজন দোষীক ফাঁচী !  

ৰায় তেলেংগানা উচ্চ ন্যায়ালয়ৰ

2013 Dilsukhnagar blasts left Telangana high court right

Telangana High Court

২০১৩ চনৰ হায়দৰাবাদত সংঘটিত দুটা বিস্ফোৰণৰ অপৰাধত পাঁচজন দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে তেলেংগানা উচ্চ ন্যায়ালয়ে।

দুই বিস্ফোৰণত ১৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় ১৩১ জন লোক আহত হয়।

এনআইএ (National Investigation Agency) আদালতে এই গোচৰত দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ে সেই শাস্তি সমৰ্থন কৰে।

Exit mobile version