গুজৰাট মাধৱপুৰত অনুস্থিত ২০২৫ বৰ্ষ সাংস্কৃতিক একতা প্ৰদৰ্শনীয় সভা

IMG 20250409 125204

Gujarat গুজৰাট ৰাজ্য পৰ্য্যটন বিভাগৰ সৌজন্যত গূজৰাটৰ মাধৱপুৰত অনুষ্ঠিত কৰা হয় দহ দিনীয়া সাংস্কৃতিক একতা সভা ।

ADVERTISEMENT

মাধৱপুৰৰ এই মেলাত উঃপূঃ পৰিষদ সাত ৰাজ্য বিভিন্ন জনগোষ্ঠীৰ শিল্পী ;সাংস্কৃতিক দল লগতে গুজৰাট ৰাজ্য বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ ন্‌ত্য প্ৰদৰ্শন কৰে ৷

উক্ত মেলাত গুজৰাট চৰকাৰৰ পৰ্য্যটন বিভাগৰ আমন্ত্ৰণ ক্ৰমে উঃপুঃপৰিষদৰ শ্বিলংস্থিত ডনাৰ মন্ত্ৰালয়ৰ সদস্য ভাৰতৰ চৰকাৰ তথা অৱসৰ প্ৰাপ্ত আইএএচ বিষয়া লংকি ফাংচ লগতে ত্ৰিপুৰা ৰাজ্য ৰাজ্যপাল শ্ৰী ইন্দ্ৰ চেনা ৰেদি নালু স“হ উঃপূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য উচ্চ পদস্থ প্ৰশাসনিক বিষয়া সকল অংশ গ্ৰহণ ৷

তথ্য অনুসৰি উঃপূৰ্বাঞ্চলৰ পৰা বিভিন্ন জনগোষ্ঠীৰ ৩২০ শিল্পী দল ; ১৫২ টা ক্ৰাপ’ ষ্টল’ আৰু ৮০০ সাংস্কৃতিক শিল্পীয়ে অংশ গ্ৰহণ কৰি মাধৱপুৰ মেলাত জাকজমকতাৰে উখলমাখল পৰিবেশৰ স্‌ষ্টি হয় ৷

Exit mobile version