২৪ ঘণ্টা লগত ৰাখিব লাগিব বৈধতাৰ প্রমাণ!

ট্রাম্পৰ নতুন নিয়মত অস্বস্তি অভিবাসী ভাৰতীয়সকল

images 9 1

green card holders : অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰিছে ট্ৰাম্প প্ৰশাসনে।

এইবাৰ আৰু কঠোৰ কৰা হৈছে সেই আইন।

এইচ ৱান বি ভিছা বা গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত ২৪ ঘণ্টাই লগত থাকিব লাগিব প্ৰব্ৰজনৰ প্ৰমাণ ।

Exit mobile version