Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

শাসকীয় বিজেপিৰ বিৰুদ্ধে ,বিজেপি এটা গণতন্ত্র হত্যাকাৰী দল : দেৱব্ৰত শ‍ইকীয়া

publisher by publisher
April 28, 2025
in India, News
Reading Time: 1 min read
0
ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ
1
SHARES
12
VIEWS
ShareShareShareShare

ADVERTISEMENT

Panchayat elections : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে।বিশেষকৈ অহা দুই মে’ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ মাজত প্ৰচাৰক লৈ একপ্ৰকাৰ উশাহ ল’ব নোৱাৰা ব্যস্ততা বাঢ়িছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

প্ৰচাৰৰ ক্ষেত্ৰত আগ্রাসী ৰূপত নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বিজেপি। দলটোৰ ৰথী-মহাৰথীয়ে ইখনৰ পাছত সিখন নির্বাচনী সভাত দৌৰি ফুৰিছে। বৃহৎ বৃহৎ নিৰ্বাচনী সভাৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে চোতাল সভাও ৷

শাসকীয় দলে এই ধৰণৰ নিৰ্বাচনত অগ্ৰাধিকাৰ লাভ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। সাধাৰণতে কোৱা হয় যে এনে পৰ্যায়ৰ নিৰ্বাচনবোৰৰ ফলাফল শাসকীয় দলৰ পক্ষতে থাকে। বিজেপিও অতি আত্মবিশ্বাসী হৈ আছে যে ফলাফল ভাল হোৱাটো বাদেই,অতি ভাল হ’ব।

অথচ শাসকীয় দলটোৱে ভোট আদায়ৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাবলীক তুলাচনীত তোলাৰ অভিযোগ এতিয়া সুলভ।বিৰোধীৰ অভিযোগ অনুসৰি, বিজেপিয়ে মুকলিকৈয়ে ভোটাৰক একপ্ৰকাৰ ভাবুকি দি ভোট আদায়ত নামিছে।বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা নাম কর্তন কৰাকে ধৰি অন্যান্য সা-সুবিধাৰ পৰাও বঞ্চিত কৰা হ’ব বুলি বহু প্ৰচাৰ সভাত একাংশ প্ৰচাৰকে ভোটাৰক মুকলিকৈ ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ মহিলা হিতাধিকাৰীক লৈ আয়োজন কৰা প্ৰচাৰ সভাবোৰত এনে ভাবুকি প্ৰদান কৰা হৈছে বুলি অভিযোগ উঠিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিবোৰৰ মুখ্য হ’ল মহিলাসকল। সেয়েহে মহিলাসকলৰ ভোট আদায়ো নিশ্চিত কৰিব বিচাৰিছে দলটোৱে। তাৰ বাবে এনে ধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে।

উদাহৰণ স্বৰূপে সম্প্ৰতি গোলাঘাট জিলাৰ তৰাণি পঞ্চায়তৰ চাৰি নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এখন প্ৰচাৰ সভাত এই ধৰণৰ ভাবুকি দিয়া হয় ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিজেপিয়ে ভয়-ভাবুকিৰে ভোট ভিক্ষাৰ অভিযোগ নির্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰাই উত্থাপিত হৈ আহিছে। অভিযোগ অনুসৰি, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলটোৰ এনে আচৰণৰ মাত্ৰাও বৃদ্ধি হৈছে।

ইয়াৰ বিৰুদ্ধে একাংশ বিৰোধী দল সৰৱ হৈছে যদিও তেওঁলোকৰ অভিভাৱক স্বৰূপ নির্বাচন আয়োগৰ পৰা এই ক্ষেত্ৰত সঁহাৰি নোপোৱাৰ অভিযোগ উঠিছে। ৰাজ্যত শাসনাধিষ্ঠ বিজেপিৰ এনে ভূমিকাক লৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই মন্তব্য কৰে যে বিজেপিয়ে যে গণতন্ত্ৰৰ হত্যাকাৰী দল সেয়াও তেওঁলোকৰ কাৰ্যই প্ৰতিপন্ন কৰিছে।

চৌদিশে ভোটাৰক প্রলোভন-ভাবুকি দি ভোট আদায়ত নামিছে দলটো। তেওঁলোকে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকাকে নস্যাৎ কৰিছে। মুক্ত নির্বাচনকো বিজেপিয়ে বাধা দিছে। শ‍ইকীয়াই কয়, ‘চৰকাৰী চাউল যোগান আঁচনিৰ পৰা নাম কাটি দিয়া হ’ব,চৰকাৰী ঘৰৰ তালিকাৰ পৰা নাম বাদ দিয়া হ’ব, এই ধৰণৰ ভাবুকি বিজেপিয়ে প্ৰচাৰ সভাবোৰত দিছে। আমি বিচাৰো মুক্ত নির্বাচন। আমি বিচাৰো গণতান্ত্ৰিক ব্যৱস্থাৰে নিৰ্বাচন হ’ব লাগে; কিন্তু বিজেপি যে এটা গণতন্ত্র হত্যাকাৰী দল, সেই কথা তেওঁলোকে নিজেই প্ৰতিপন্ন কৰিছে। ডিগবৈৰ বিধায়কে মুকলিকৈয়ে কৈছে— আঁচনিৰ তালিকাৰ পৰা নাম কাটি দিম। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গণতন্ত্ৰৰ উৎসৱত ৰাইজে যাতে মুক্তভাৱে অংশগ্ৰহণ কৰিব পাৰে সেয়া সকলো ৰাজনৈতিক দলৰ দায়িত্ব । ইয়াৰ ব্যতিক্ৰম কেৱল বিজেপি।’

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে কয় যে বিজেপিক যিসকলে ভোট নিদিয়ে, তেওঁলোকৰ নাম চৰকাৰৰ হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি মুকলিকৈ ভাবুকি দি আহিছে। ৰাজ্যৰ বহু স্থানত এনে ঘটনা সংঘটিত হৈছে। ইয়াৰ মূল কাৰণ এটা বুলি তালুকদৰে কয়। তেওঁ কয়, ‘ৰাইজে এই কথা এতিয়া ভালদৰে উপলব্ধি কৰিবলৈ সক্ষম হৈছে যে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাটো এক অধিকাৰ। তদুপৰি এই অধিকাৰ ৰাইজৰ টকাৰেই প্ৰদান কৰা হয়। মানুহ এনেদৰে সজাগ হোৱাত বিজেপিৰ ভয় বাঢ়িছে। সেই কাৰণে মন্ত্ৰী-বিধায়ক সকলোৱে একেটা কৌশল লৈছে, সেয়া হ’ল ভয়-ভাবুকিৰে ভোট আদায় কৰা। বিজেপিৰ আত্মবিশ্বাসহীনতাকো এই কথাই প্ৰমাণ কৰিছে।

প্রসংগক্রমে উল্লেখ্য যে এই বিষয়ক লৈ চিপিআই(এম)-এ আজি ৰাজ্যিক নির্বাচন আয়োগক এখন স্মাৰকপত্ৰও প্ৰদান কৰে। অভিযোগৰ প্ৰমাণসহ দাখিল কৰা এই স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে বিজেপিক যিসকলে ভোট নিদিয়ে,তেওঁলোকৰ নাম চৰকাৰী হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি মুকলিকৈ ভাবুকি দিয়া হৈছে।

গতিকে এই ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগে ক্ষিপ্ৰতাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি স্মাৰকপত্ৰত দাবী জনোৱা হৈছে।অন্যথা মুক্ত আৰু নিকা নিৰ্বাচনৰ সলনি পঞ্চায়ত নিৰ্বাচনটো নিশ্চিতভাৱে ভেঁকোভাওনাত পৰিণত হ’ব।বিজেপিৰ আচৰণে দলটোৰ নিৰ্বাচনত পৰাজিত হোৱাৰ ভীতিগ্ৰস্ততাকে প্রতিপন্ন কৰিছে বুলি মন্তব্য কৰে চিপিআই অসমৰ সম্পাদক কনক গগৈয়ে।

তেওঁ কয় যে বিজেপি যে এটা গণতন্ত্রক নমনা দল, সংবিধান নমনা দল, সেই কথাই প্ৰমাণিত কৰিছে নিৰ্বাচনত ভয়-ভাবুকিৰে ভোট আদায়ৰ তৎপৰতাত। গগৈয়ে লগতে কয়, ‘চৰকাৰী আঁচনিৰ সুবিধা উপযুক্ত সকলো লোকে পাব লাগে, তেনেস্থলত শাসকীয় দলক ভোট নিদিলে সুবিধাৰ পৰা বঞ্চিত কৰাৰ কোনো অধিকাৰ নাই। অথচ বিজেপিয়ে গণতান্ত্রিক এই ব্যৱস্থাটোকে নস্যাৎ কৰি মানুহক কেৱল ভীতিগ্ৰস্ত কৰি ভোট সংগ্ৰহত নামিছে।

ইয়াৰ দ্বাৰা কি প্রমাণ হয় ? মানুহে যে বিজেপিৰ প্ৰতি আস্থা হেৰুৱাইছে, সেই কথা দলটোৱে বুজি পাইছে। চৰকাৰে যিমানেই সুবিধা নিদিয়ক কিয়,জনসাধাৰণৰ আস্থা চৰকাৰৰ ওপৰত নাই। তদুপৰি ৰাইজে এই কথা ভালদৰে উপলব্ধি কৰে যে জনসাধাৰণক সা-সুবিধা প্ৰদান কৰোটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব ।

তাৰ বাবে চৰকাৰখনকে যে সমৰ্থন কৰি থাকিব লাগিব, তেনে কথা নহয়। তদুপৰি শাসনৰ নামত বিজেপি চৰকাৰে সমাজত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মানুহ চৰম নিৰাপত্তাহীনতাত ভুগিছে। সৰ্বদিশতে এই নিৰাপত্তাহীনতা বাঢ়ি গৈছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamPanchayat Elections
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d