কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

images 8 1

Sonu Nigam: ক্ৰমাৎ কানাড়া বিতৰ্কত সোমাই পৰিছে সোণু নিগম! ভাৰতীয় দণ্ডবিধিৰ ৩৫২ ধাৰাত গায়কজনৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে অপমান কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰাৰ পাছত সংশ্লিষ্ট ভাষাত তেওঁক ছবি জগতৰ পৰাও নিষিদ্ধ কৰা হ’ব পাৰে বুলিও চৰ্চা চলিছে।

বেংগালুৰু আৰক্ষীয়ে চমন কৰিছে সোণুক।

অৱলাহল্লী আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীলৈ জাননী প্ৰেৰণ কৰি এসপ্তাহৰ ভিতৰত থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

Exit mobile version