Information And broadcasting:
পাকিস্তানৰ স’তে সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা জাৰি কৰিছে ৷ বিশেষকৈ নিৰ্দেশনা অটিপি প্লেটফর্ম, মিডিয়া স্ট্রিমিং প্লেটফর্মলৈ ৷
ADVERTISEMENT
পাকিস্তান সম্পর্কীয় যিকোনো বিষয় সম্প্ৰচাৰত নিষিদ্ধ কৰা হৈছে ৷ একেদৰে ‘দ্যা ৱেৰ’ বন্ধ কৰা হয় ভাৰতত ৷ সাংবিধানিক স্বাধীনতা ভংগৰ অভিযোগত এই সিদ্ধান্ত গ্ৰহণ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৷