Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Center has banned TRP ratings:মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে তথ্য মন্ত্ৰালয়ৰ এক বৃহৎ সিদ্ধান্ত

ভাৰতত ৪ সপ্তাহলৈ বন্ধ কৰি দিয়া হ'ল টেলিভিছন ৰেটিং পইন্ট(টিআৰপি)

publisher by publisher
March 7, 2026
in National
Reading Time: 1 min read
0
Center has banned TRP ratings:মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে তথ্য মন্ত্ৰালয়ৰ এক বৃহৎ সিদ্ধান্ত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

Supreme Court stays Kacutali eviction:সোনাপুৰৰ কচুতলী উচ্ছেদত স্থগিতাদেশ

Center has banned TRP ratings:

ভাৰতত চাৰি সপ্তাহৰ বাবে নিউজ চেনেলৰ টি আৰ পি নিষিদ্ধ কৰা হৈছে ৷ পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিউজ টিভি চেনেলসমূহে টেলিভিছন ৰেটিং পইণ্টৰ ৰিপ’ৰ্ট বন্ধ কৰি দিছে চৰকাৰে।

ADVERTISEMENT

উল্লেখ্য যে ইজৰাইল-ইৰাণ যুদ্ধৰ সন্দৰ্ভত নিউজ চেনেলসমূহে কৰা অপ্ৰয়োজনীয় চাঞ্চল্য আৰু জল্পনা-কল্পনাৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ মতে ৰেটিংৰ অন্ধ দৌৰৰ ফলত ব্ৰেকিং নিউজৰ নামত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে।

মনকৰিবলগীয়া যে ,তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে BARC ক স্পষ্ট নিৰ্দেশনা জাৰি কৰি কয় যে অহা চাৰি সপ্তাহৰ বাবে বা পৰৱৰ্তী জাননী নিদিয়ালৈকে নিউজ চেনেলৰ ৰেটিং ৰিপৰ্ট বন্ধ কৰি দিব লাগে। ২০১৪ চনৰ ১৬ জানুৱাৰীৰ মিডিয়া পলিচি গাইডলাইনৰ উদ্ধৃতি দি মন্ত্ৰালয়ে এই সিদ্ধান্ত জনস্বাৰ্থত প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

উল্লেখযোগ্য মধ্যপ্ৰাচ্যত ২৮ ফেব্ৰুৱাৰীৰ পৰা ইজৰাইল আৰু ইৰাণৰ সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে অব্যাহত আছে তয়াময়া যুদ্ধ ৷ আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰাণেও উভতি ধৰিছে ইজৰাইল আৰু মধ্য প্ৰাচ্যৰ দেশ সমূহত থকা মাৰ্কিন সেনাৰ ঘাটিত ৷ ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

ইয়াৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু শ্বেয়াৰ বজাৰত অস্থিৰতা বৃদ্ধি পাইছে। বৃহৎ সংখ্যক ভাৰতীয় নাগৰিক যুদ্ধবিধ্বস্ত অঞ্চলত আবদ্ধ হৈ আছে, আৰু সীমিত বিমান চলাচলৰ বাবে তেওঁলোকৰ উভতি অহাত পলম হৈছে।

এনে পৰিস্থিতিত যুদ্ধৰ পৰিবেশ গ্ৰাফিক্স আৰু ভয়ংকৰ শব্দৰে ৰিপৰ্ট কৰিলে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। বাণিজ্যিক লাভতকৈ সাংবাদিকতাৰ নৈতিকতাই অগ্ৰাধিকাৰ লাভ কৰে। এক নম্বৰত থাকিবলৈ ভাৰতীয় নিউজ চেনেলসমূহে প্ৰায়ে যুদ্ধক মনোৰঞ্জন হিচাপে উপস্থাপন কৰে।

টি আৰ পিৰ ওপৰত এই অস্থায়ী স্থগিতাদেশে চেনেলসমূহক তথ্যভিত্তিক প্ৰতিবেদনলৈ ঘূৰি আহিবলৈ অনুমতি দিব বুলি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: four weeksIssue NoticeMinistry of Information and BroadcastingTRP ratings Suspended
publisher

publisher

Related Posts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d