National Defence Fund:
ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিত ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য ইংলেণ্ডৰ প্ৰবাসী অসমীয়া যুৱকৰ ৷ লণ্ডনত কৰ্মৰত হৈ থকা অসম সন্তান ইলিয়াছ হুছেইন আনছাৰিয়ে ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ আগবঢ়ালে ৫০০ পাউণ্ড(৫৭,০০০টকা) ৷ আনছাৰিয়ে পাকিস্তানৰ বিৰুদ্ধে দেশমাতৃৰ হকে সকলোকে একত্রিত হ’বলৈ আহ্বান জনায় ৷
ADVERTISEMENT