Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

budhha purnima

Buddha purnima:

বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ বাবে বিশেষ দিন হিচাপে পৰিচিত আজি বৌদ্ধ পূৰ্ণিমা ৷ সমগ্ৰ দেশৰ লগতে মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন কৰা হয়। এই উপলক্ষে বৌদ্ধ পূৰ্ণিমাৰ পতাকা উত্তোলন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে

আনহাতে আদিংগিৰিৰ বৌদ্ধ বিহাৰৰ বৌদ্ধ ভিক্ষু বাবা চচনাই বৌদ্ধ বিগ্ৰহৰ ওচৰত ৰাইজৰ কুশল কামনাৰে বিশেষ শৰাই আগবঢ়াই আৰু ৰাজ্যৰ শান্তি সম্প্ৰতি বাতাবৰণ সদায় অটুট থকাৰ কথা দোহাৰে ৷

Exit mobile version