Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

fiji 1

Prabitra Magherita:

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ভ্ৰমণৰত দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সোমবাৰে ফিজি গণৰাজ্যৰ ৰাষ্ট্ৰপতি লালাবালাভু আৰু প্ৰধানমন্ত্ৰী ৰাম্বুকাৰ সৈতে সুকীয়া সুকীয়াকৈ দুখন বৈঠকত মিলিত হৈ দুয়োখন দেশৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।

Exit mobile version