Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

কৰাচী বন্দৰ ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতৰ ‘বিক্ৰান্ত’

publisher by publisher
May 14, 2025
in India, News
Reading Time: 1 min read
0
অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!
2
SHARES
19
VIEWS
ShareShareShareShare

Operation Sindoor:নিৰ্দেশ আহিলেই পুনৰাবৃত্তি হ’ব অপাৰেচন ট্ৰাইডেণ্টৰ ! কৰাচী বন্দৰ ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতৰ ‘বিক্ৰান্ত’।বিগত আঠ মে’ৰ নিশা আৰৱ সাগৰত অৱতৰণ কৰে আইএনএছ বিক্ৰান্তকে ধৰি মুঠ ৩৬ খন যুদ্ধজাহাজ ।

ADVERTISEMENT

লক্ষ্য স্পষ্ট আছিল। জলপথৰ ওপৰত যিকোনো আক্ৰমণ হ’লে তীব্ৰ সঁহাৰি দিয়া। সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰা হৈছে। কেৱল সেয়াই নহয়, পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কৰাচী বন্দৰত পোনপটীয়াকৈ আক্ৰমণ কৰাৰ পৰিকল্পনাও আছিল ভাৰতৰ।

RelatedPosts

ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

সম্প্ৰতি এক সংবাদ মেলত নৌসেনাৰ এডমিৰেল এ এন প্ৰমোদে এই কথা সদৰি কৰে।

প্ৰমোদে কয় ,নৌসেনাই ন মে’ৰ নিশা পাকিস্তানৰ কৰাচী বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সাজু হৈছিল । অপেক্ষা আছিল কেৱল ভাৰত চৰকাৰৰ নিৰ্দেশনালৈ।

সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে যে আই এন এছ বিক্ৰান্তৰ স’তে মুঠ আঠৰ পৰা ১০খন শক্তিশালী যুদ্ধ জাহাজ আৰব সাগৰত অৱতৰণ কৰে।

প্ৰতিখনতে আছিল ব্ৰহ্মসকে ধৰি একাধিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰ । আনকি ৰাতিৰ আন্ধাৰত সাজু হৈ আছিল ছয়খন চাবমেৰিন ।

মুঠতে সকলো মিলি এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ আৰব সাগৰত মুঠ ৩৬খন যুদ্ধজাহাজ সাজু আছিল। নিয়মীয়া অনুশীলনৰ বাহিৰলৈ গৈ ভাৰতীয় নৌসেনাৰ আটাইতকৈ বৃহত্তম ‘ৰিয়েল টাইম অপাৰেচনেল মুভমেণ্ট’ আছিল বুলি কোৱা হয়।

সূত্ৰ অনুসৰি,বিপদৰ কথা উপলব্ধি কৰি পাকিস্তানে সেই নিশাই কৰাচী বন্দৰত অভিযান আৰম্ভ কৰে। কৰাচীলৈ যোৱা সকলো বাণিজ্যিক জাহাজক ডাইভাৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

জল, স্থল আৰু বায়ুত সেনাৰ চাপৰ ভয়ত ইছলামাবাদে যুদ্ধবিৰতিৰ পথ অনুসৰণ কৰিছিল নেকি?

বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ সৈতে হোৱা সংঘাতত পাকিস্তান অহৰহ পিছ পৰি আছিল। শ্বাহবাজ শ্বৰীফ চৰকাৰে পৰাজয় নিশ্চিত বুলি উপলব্ধি কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirOperation SindoorPahelgam Terror Attack
publisher

publisher

Related Posts

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d