আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

images 11 2

S Jaishankar: বৃদ্ধি কৰা হ’ল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা। ইয়াৰ পূৰ্বে ২০২৩ চনত তেওঁৰ ছিকিউৰিটি কভাৰ ৱাইৰ পৰা জেড কেটেগৰীলৈ উন্নীত কৰা হৈছিল।

এইবাৰ তেওঁৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। সূত্ৰই দাবী কৰিছে যে বৈদেশিক মন্ত্ৰীক দুখন বুলেটপ্ৰুফ গাড়ী দিয়া হৈছে।

একে সময়তে তেওঁৰ বাসগৃহৰ বাহিৰতো নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি কৰা হৈছে।

Exit mobile version