GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

parking

GMC Parking free:

মহানগৰবাসীৰ বাবে এটা ভাল খবৰ ৷ গুৱাহাটী পৌৰ নিগমৰ বিশেষ সকাহ মহানগৰবাসীলৈ ৷ জিএমচি এলেকাধীন ৫১ টা শ্লটত পাকিং ১ জুনৰ পৰা হ’ব বিনামূলীয়া ৷  আনহাতে মধ্যবিত্ত সকলৰ বাবে সুকীয়াকৈ পার্কিং শ্লট নির্মাণৰো পৰিকল্পনা কৰিছে বুলি জিএমচিৰ এক সূত্ৰত প্ৰকাশ ৷

Exit mobile version