Heavy traffic on the Hajo – Guwahati road:
বৰপেটা -দৌলাশাল – হাজো – গুৱাহাটী পথত তীব্ৰ যানজঁট। এখন মালবাহী ট্ৰাক আৰু দুখন ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত বাগৰি পৰাৰ ফলত তীব্ৰ যানজঁট। বৰপেটা বাৰাদিৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ লৈকে এই যানজঁট। ফলত সাধাৰণ লোকৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকল সমস্যাত পৰে।
ADVERTISEMENT