IB Director Tapan Kr.Deka:আইবি’ৰৰ সঞ্চালকৰূপে কাৰ্যকাল পুনৰ এবছৰলৈ বৃদ্ধি তপন কুমাৰ ডেকাৰ কেন্দ্ৰীয় কেবিনেট জনালে অনুমোদন

কেন্দ্ৰীয় কেবিনেট জনালে অনুমোদন

ib 1

IB Director Tapan Kr.Deka:

দেশৰ অন্যতম চোৰাংচোৱা সন্থা ‘আইবি‘ সঞ্চালক ৰূপে কৰ্মৰত হৈ থকা অসম সন্তান তপন কুমাৰ ডেকাৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি ৷ পুনৰ এবছৰলৈ চাকৰিৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে ৷ ৩১মে’ জ্যেষ্ঠ আই পিএছ বিষয়া গৰাকীৰ অৱসৰৰ দিন আছিল ৷

ADVERTISEMENT
Exit mobile version