Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

brahmoj 1

Indian curriculum will include Akas and BrahMos missiles:

স্থানীয় ভাষাত শিক্ষাৰ্থী পঢ়িব পাৰিব ভাৰতীয় মিছাইলৰ পৰাক্ৰমৰ কাহিনী ৷ অচিৰেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল ৷ স্কুলীয়া শিক্ষাৰ্থীক ভাৰতীয় মিছাইলৰ শক্তিৰ সন্দৰ্ভত জ্ঞান দিবলৈ দেশৰ শিক্ষা মন্ত্ৰণালয়ে লৈছে এই সিদ্ধান্ত ৷ দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক অনুষ্ঠানত ভাষণ ৰাখি সদৰী কৰে মন্ত্ৰণালয়ে এই সন্দৰ্ভত কৰা চিন্তা চৰ্চাৰ কথা |

ADVERTISEMENT

ইয়াৰ বাবে প্ৰধানমন্ত্ৰী গৱেষণা পুঁজিত শীঘ্ৰেই কৰা হ’ব প্রয়োজনীয় সংশোধন বুলিও মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে চন্দ্ৰযানৰ সফলতাৰ পাছতেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল চন্দ্ৰযানৰ বিষয়ত অধ্যায় ৷

Exit mobile version