Senior KMSS leader Uma Nanda Mudai Maran arrested:কেএমএছএছৰ জ্যেষ্ঠ নেতা উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ

kmss

Senior KMSS leader Uma Nanda Mudai Maran arrested:

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ নেতা উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ ৷ উজনি অসমত ব্যাপক ধন সংগ্ৰহৰ অভিযোগ কেএমএছএছ নেতাজনৰ বিৰুদ্ধে ৷
শেহতীয়াকৈ উদ্থাপিত অভিযোগ অনুসৰি তালাপৰ এটা চাহ ফেক্টৰীৰ মালিক পক্ষৰ পৰা ১১লাখকৈ টকা দাবী কৰিছিল কেএমএছএছ নেতাজনে ৷ মালিক পক্ষৰ পৰা ধনদাবী কৰাৰ ফোন ৰেকর্ডিং হৈছিল ভাইৰেল ৷ এনেবোৰ অভিযোগৰ ভিত্তিতে মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ জ্যেষ্ঠ নেতা উমানন্দ মুদৈ মৰাণক ৷

ADVERTISEMENT
Exit mobile version