Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Professor accused of cheating surrenders to police:চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ গোৱালপাৰা কলেজৰ অধ্যাপকৰ

গোৱালপাৰাৰ থানাত আত্মসমৰ্পণ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰীৰ

samimsultana by samimsultana
October 2, 2024
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Professor accused of cheating surrenders to police:চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ গোৱালপাৰা কলেজৰ অধ্যাপকৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Professor accused of cheating surrenders to police:

অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰীয়ে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অধ্যাপকজনে চাকৰিৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত হৈছিল ভাইৰেল ।

ADVERTISEMENT

এনে ঘটনাক্ৰমৰ মাজতে অধ্যাপক মজবুল হক চৌধুৰীয়ে বুধবাৰে গোৱালপাৰাত আত্মসমৰ্পণ কৰে ৷ থানালৈ অহাৰ পথত সাংবাদিকক কয়,তেওঁ নিদোৰ্ষী ৷ তেওঁক পৰিকল্পিতভাৱেই দোষী সজোৱা হৈছে যথাসময়ত আইনে নিজৰ পথ ল’ব। আৰক্ষীক সহযোগীতা আগবঢ়োৱাৰ উদ্দেশ্যৰে স্বইচ্ছাৰে আত্মসমৰ্পণ কৰিব আহিছে ৷

ইতিমধ্যে অধ্যাপকজনক এই কৰ্মকাণ্ডক লৈ গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সকলোৱে একেমুখে গৰিহণা দিয়ে। অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দর্ভত গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুভাষ বর্মনে কয় যে অধ্যাপকজনৰ কৰ্মকাণ্ডত কলেজ কর্তৃপক্ষ লজ্জিত।

অধ্যাপকজনৰ প্রলোভনত ভোল গৈ তেওঁক দিয়া ধন বিচাৰি বিভিন্ন ঠাইৰ পৰা বিভিন্নজন মহাবিদ্যালয়লৈ আহি থাকে। এই সমগ্র বিষয় তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰা বুলি অধ্যক্ষ ড° বর্মনে সদৰী কৰে। একেদৰে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা লনী বৰুৱায়ো কলেজ কর্তৃপক্ষ অধ্যাপক চৌধুৰীৰ কৰ্মকাণ্ডত লজ্জিত বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে উদ্থাপিত অভিযোগ অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা আমজাদ আলীৰ পুত্ৰ চৌধুৰীয়ে বিগত তিনি বছৰ ধৰি গোৱালপাৰাকে ধৰি বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰি আহিছে।

আনহাতে, কেৰাণী চাকৰি দিয়াৰ প্রলোভনেৰে অধ্যাপক চৌধুৰীয়ে গোৱালপাৰা নগৰৰ কৌশিক ৰায় নামৰ এজন যুৱকৰ পৰা ছয় লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ধন সংগ্ৰহৰ পাছত তিনি বছৰে যুৱকজনক চৌধুৰীয়ে চাকৰি দিব নোৱৰাত তেওঁ অধ্যাপকজনৰ পৰা ধন ঘূৰাই বিচাৰে। ইয়াৰ বিপৰীতে চৌধুৰীয়ে যুৱকজনক আৰক্ষীৰ ভয় দেখুৱাই খেদি পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে বিষয়টো সন্দৰ্ভত শীর্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি এক সূত্রই জানিবলৈ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Majbul Hoq ChowdhuryProfessor accused of cheatingSurrenders to Goalpara Police Station
samimsultana

samimsultana

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d