Landslide in Meghalaya’s Koliang:মেঘালয়ৰ কোলিয়াঙত ভয়ংকৰ ভূমিস্খলন

পাহাৰৰশিল আৰু মাটি খহি পৰাত বন্ধ হৈ পৰিছে বৰাক-গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথ

lanslide

Landslide in Meghalaya’s Koliang:

চুবুৰীয়া মেঘালয়ত অব্যাহত আছে নেৰা-নেপেৰা বৰষুণ ৷ এই বৰষুণৰ মাজতে মঙলবাৰে কোলিয়াঙত সংঘটিত হয় এক অঘটন। মুষলধাৰ বৰষুণৰ মাজতে হোৱা ভূমিস্খলনত খহি পৰিল পাহাৰৰ এটা বৃহৎ অংশ। পাহাৰৰ পৰা হোহোৱাই নামি অহা শিল আৰু মাটি খহি পৰাৰ ফলত বন্ধ হৈ পৰে বৰাক-গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথটোৰে ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা |

ADVERTISEMENT
Exit mobile version