Body of poacher found in Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ মৃতদেহ উদ্ধাৰ

অগৰাতলি বনাঞ্চলৰ দুৰামাৰি বন শিৱিৰ এলেকাত উদ্ধাৰ চিকাৰীটোৰ মৃতদেহ

deadbody 1

Body of poacher found in Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ দুৰামাৰি বন শিৱিৰ এলেকাত উদ্ধাৰ হয় চিকাৰীটোৰ মৃতদেহ

ADVERTISEMENT

মৃতদেহ কাষত উদ্ধাৰ হৈছে এটা থ্ৰি নট থ্ৰি ৰাইফল, এটা হেণ্ডবেগ, এখন কুঠাৰ৷ বনৰক্ষী সহ জ্যেষ্ঠ বন বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত আৰম্ভ কৰিছে অভিযান ৷ এই পৰ্যন্ত পৰিচয় লাভ কৰা নাই চিকাৰীটোৰ

Exit mobile version