Personal PSO:
ব্যক্তিগত পিএছঅ’ৰ দৰমহাৰ ক্ষেত্ৰত চৰকাৰে ব্যয় নকৰে ধন ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেৰগাঁৱত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় ভাবুকি থকা ব্যক্তিক নিশ্চয়কেই দিয়া হ’ব ব্যক্তিগত দেহৰক্ষী ৷ কিন্ত ইয়াৰ বাবে চৰকাৰে ব্যয় নকৰে ধন ৷ ব্যক্তিগত দেহৰক্ষী লোৱা সকলে চৰকাৰক দিব লাগিব ৭৫ হাজাৰ টকা ৷
ADVERTISEMENT






























