Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ

কাশ্মীৰৰ স্থানীয় ১৪ সন্ত্রাসবাদীৰ তালিকা প্রস্তুত,বাকী ৰৈছে আঠজন,পহলগামৰ নৰসংহাৰৰ ঘটনাতো জড়িত নেকি তদন্ত, ৰাৱালপিণ্ডিত বহি ভাৰতত সন্ত্রাস চলাইছে লস্কৰ-ই-তৈবাৰ সহযোগী টিআৰএফৰ মুৰব্বী শেখ ছাজ্জাদ গুলে ,জম্মু-কাশ্মীৰত অভিযান

publisher by publisher
May 16, 2025
in India, News
Reading Time: 2 mins read
0
Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

Islamabad:ভাৰত বিচ্ছিন্ন, বিশ্ব এতিয়া পাকিস্তানৰ লগত আছে

Kashmir:

পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানত থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধবিৰতি অব্যাহত থাকিলেও দেশৰ ভূমিত এই অভিযান তীব্ৰতৰ কৰিছে ভাৰতীয় সেনাই। বিশেষকৈ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই যোৱা দুদিনত ছজন সন্ত্রাসবাদীক নিধন কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

অৱশ্যে এই সন্ত্রাসবাদীকেইজন পহলগামৰ নৰ সংহাৰৰ ঘটনাৰ লগত জড়িত আছিল নে নাই, সেয়া অদ্যাপি নিশ্চিত হোৱা নাই। জম্মু-কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বিৰদিয়ে কয় যে নিহত সন্ত্রাসবাদীকেইজনৰ পহলগামৰ ঘটনাৰ লগত সম্পৰ্কৰ বিষয়টো সম্প্রতি তদন্ত পর্যায়ত আছে। উল্লেখ্য যে যোৱা ১৩ মে’ত ৰাজ্যখনৰ ছপিয়ানত সেনা আৰু আৰক্ষীয়ে অভিযান চলাই তিনিজন সন্ত্রাসবাদীক নিধন কৰিবলৈ সক্ষম হয়। সেনা-আৰক্ষীৰ লগত সন্ত্রাসবাদীৰ এটা দলৰ দীর্ঘ সময় ধৰি তুমুল সংঘর্ষ লাগে আৰু শেষত তিনিজন সন্ত্রাসবাদী ধৰাশায়ী হয়।

চিনাক্ত কৰা সন্ত্রাসবাদীকেইজন হ’ল ছাহিদ কুট্টে, আদনান ছফিদাৰ আৰু এহছান আহমেদ শ্বেখ। ইয়াৰ পাছতে আজি পুলৱামাৰ ট্ৰালত আন এক সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। এই ঘটনাতো সেনা-আৰক্ষীৰ গুলিত তিনিজন সন্ত্রাসবাদী নিহত হয়। সন্ত্রাসবাদীকেইজন হ’ল আছিম আহমেদ শেইখ (২৮), আমিৰ নাজিৰ ৱানি (২০) আৰু আহমেদ ভাট। তিনিওজনৰ ঘৰ পুলৱামাতে।

উল্লেখ্য যে পহলগামৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ‘দ্য ৰেজিমেন্ট ফ্রন্ট’ (টিআৰএফ) নামৰ এটা সংগঠনে। টিআৰ এফ হ’ল লস্কৰ ই তৈবাৰ এটা সহযোগী সংগঠন। আনহাতে, আজি নিহত সন্ত্রাসবাদীকেইজন জঈছ ই মহম্মদ নামৰ সংগঠনটোৰ লগত জড়িত। ছপিয়ানত নিহত সন্ত্রাসবাদীকেইজন লস্কৰ-ই-তৈবাৰ লগত জড়িত।

সেনাৰ সূত্ৰই সদৰী কৰে যে পহলগামৰ ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ ১৪ জনীয়া সন্ত্রাসবাদীৰ এখন তালিকা সেনা আৰু চোৰাংচোৱাই প্ৰস্তুত কৰিছিল। সেনাৰ সূত্ৰটোৱে দাবী কৰে যে শেহতীয়াকৈ যি ছজন সন্ত্রাসবাদী নিহত হয় সেইকেইজনৰ নাম এই তালিকাত আছে। গতিকে তালিকাৰ আঠজনহে এতিয়া জীৱিত। এই আঠজন হ’ল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আদিল ৰহমান দেল্টু, একেটা সংগঠনৰে হৰিশ নাজিৰ, হিজবুলৰ আছিফ আহমেদ কণ্ডে, লস্কৰ-ই-তৈবাৰ নাছিৰ আহমেদ ৱানি, লস্কৰ আৰু টিআৰফৰ হৈ কাম কৰি অহা আমিৰ আহমেদ ডাৰ, হিজবুলৰ অপাৰেছন কমাণ্ডাৰ জুবেৰ আহমেদ ৱানি, হিজবুলৰ সক্রিয় সদস্য হাৰুণ ৰছিদ গণি আৰু লস্কৰৰে সন্ত্রাসবাদী জুবেইৰ আহমেদ গণি।

ইপিনে, পহলগামৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, এনআইএ-এ ইতিমধ্যে বহু তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে। সংস্থাটোৰ সূত্ৰই সদৰী কৰা অনুসৰি, পহলগামৰ আক্ৰমণত কম পক্ষেও পাঁচ-সাতজন সন্ত্রাসবাদী জড়িত আছিল। এই আটাইকেইজনকে এনআইএ-এ চিনাক্ত কৰিছে। তাৰে পুলৱামাৰ বাসিন্দা আছিফ শ্বেখ আৰু অনন্তনাগৰ বাসিন্দা আদিল থোকাৰৰ বাসগৃহ ধ্বংস কৰা হৈছে। এনআইএ আদিল এই ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল | ইতিপূর্বে সেনাৰ হাতত নিহত হোৱা জুনাইড ভাট নামৰ সন্ত্রাসবাদীজনৰ পৰা উদ্ধাৰ কৰা ম’বাইল ফোনৰ জৰিয়তে।

উল্লেখ্য যে সোণমাৰ্গত নিৰ্মাণ কৰা সুৰংগ পথৰ ক্ষতিসাধন কৰাৰ ষড়যন্ত্ৰৰ তথ্য ভাৰতৰ চোৰাংচোৱা সংস্থাই উদ্ধাৰ কৰিছিল। তাৰ পাছতে সেই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত জুনাইডক বিচাৰি অভিযান চলাওতে সেনাৰ লগত হোৱা সংঘৰ্ষত সন্ত্রাসবাদীজন নিহত হৈছিল।

ইপিনে, পহলগামৰ ঘটনাৰ মাষ্টাৰমাইণ্ড টিআৰএফৰ শীর্ষ পদবীধাৰী শ্বেখ ছাজ্জাদ গুল (৫০) আছিল বুলিও এনআইএ-এ তথ্য লাভ কৰিছে। পাকিস্তানৰ ৰাৱালপিণ্ডিৰ বাসিন্দা গুলৰ আন এটা নাম হ’ল ছাজ্জাদ আহমেদ শ্বেখ। জম্মু-কাশ্মীৰত সংঘটিত সন্ত্রাসবাদীৰ কে’বাটাও ঘটনাত ছাজ্জাদক স্থানীয় একাংশ সন্ত্ৰাসবাদীৰ সহযোগ কৰি অহা বুলিও এনআইএ তদন্তত নিশ্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian ArmykASHMIRNIApak Terroristsix terrorist killed
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d