Sumi Bora Bail:
অৱশেষত জামিন লাভ চুমী বৰাৰ ৷ ডিব্ৰুগড় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ট্রেডিং কেলেংকাৰিৰ খলনায়িকা চুমী বৰাৰ জামিন মঞ্জুৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰজু হোৱা এটা গোচৰত জামিন লাভ কৰে চুমী বৰাই ৷
ADVERTISEMENT