USTM Chancellor Mahbubul Hoque:
➡️ ইউএছ টিএমৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ ৷
ADVERTISEMENT
➡️ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে আচাৰ্য গৰাকীৰ জামিন ৷
➡️ শ্ৰীভূমিৰ পাথাৰকান্দি থানাত ৰজু হোৱা এটা গোচৰ জামিন মঞ্জুৰ ৷
➡️ পাথাৰকান্দি থানাত ৰজু হোৱা গোচৰটোৰ নম্বৰ ৫৪/২৫ ৷
➡️ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে ইতিমধ্যে ৰজু হৈ আছে দুটা গোচৰ ৷
➡️ এটা গোচৰৰ বাবে এতিয়াও লাভ কৰা নাই জামিন ৷
➡️ আনটো গোচৰৰ বাবে জামিনৰ শুনানি হ’ব মঙলবাৰে ৷
➡️ ছাত্ৰ- ছাত্ৰীক উত্তীৰ্ণ কৰি দিয়াৰ নামত আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে ৰজু হৈছিল গোচৰ ৷





























