Gekko Japonicas:
সোণাৰিত উদ্ধাৰ দুষ্প্রাপ্য কেঁকো সাপ । প্রকৃতিপ্রেমী জ্যোতিপ্ৰসাদ বৰুৱাই বন বিভাগৰ লোকক লগত লৈ সোণাৰি পৌৰসভা অন্তৰ্গত ৯নং ৱাৰ্ডৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰে কেঁকো সাপটি ৷ ইতিমধ্যে বন বিভাগে নিজৰ জিন্মাত লৈছে
কেঁকো সাপটি ৷
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.