ACS officer Sharmistha Barah has been dismissed :
এচিএছ বিষয়া শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিত সাঙোৰ খাইছিল এচিএছ বিষয়া গৰাকীৰ নাম ৷ উপযুক্ত প্ৰমাণ পোৱাৰ পিছত আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে শৰ্মিষ্ঠা বৰাক ৷ উল্লেখ্য যে পূর্বে শর্মিষ্ঠা বৰাসহ আন তিনি এচিএছ বিষয়াক নিলম্বন কৰিছিল ৰাজ্য চৰকাৰে।
ADVERTISEMENT