Guwahati:মহানগৰীত উত্তৰ-পূবৰ প্ৰথমটো বিশ্বমানৰ পৰীক্ষাগাৰ মুকলি

জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত স্থাপন কৰা হৈছে পৰীক্ষাগাৰটো

asok singal

Guwahati:

গুৱাহাটী মহানগৰীত মুকলি কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমটো বিশ্বমানৰ পৰীক্ষাগাৰ ৷ জালুকবাৰীস্থ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত স্থাপন কৰা হয় ৰাজ্যিক ভেষজ পৰীক্ষাগাৰটো

ADVERTISEMENT

২২ কোটি টকা মূল্যৰ অত্যাধুনিক সা-সঁজুলিযুক্ত এই পৰীক্ষাগাৰটো শুক্ৰবাৰে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে

Exit mobile version