Shringhal Chaliha arrested:শৃংখল চলিহাক আটক

aarested new

Shringhal Chaliha arrested:

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক। দুলীয়াজানত প্ৰতিবাদত অংশ লবলৈ গৈ থকাৰ পথত শিৱসাগৰ আৰক্ষী আৰু ডিমৌ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিমৌৰ ভলোকাগুৰিত আটক কৰে।

শিৱসাগৰ আৰক্ষী আৰু ডিমৌ আৰক্ষীৰ এটা বৃহৎ দলে ডিমৌৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাই পথৰ থাওৰা গেটত আটক কৰে শৃংখল চলিহাক। শিৱসাগৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে শৃংখল চলিহাক গাড়ীত ডিব্ৰুগড় অভিমুখে লৈ যায়।

 

 

 

Exit mobile version