Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৩৮ খন ব্যক্তিগত বিমান-তিনিশ গাড়ী-৫২ খন সোণৰ নাওসহ ৩.৭ লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী !

কোন এইগৰাকী চহকী ব্যক্তি?

publisher by publisher
May 25, 2025
in News, International
Reading Time: 1 min read
0
৩৮ খন ব্যক্তিগত বিমান-তিনিশ গাড়ী-৫২ খন সোণৰ নাওসহ ৩.৭ লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী !
1
SHARES
14
VIEWS
ShareShareShareShare

King of Thailand:বহু আধুনিক ৰাষ্ট্ৰত ৰাজশাসন আছে যদিও ৰজাৰ ক্ষমতা নামমাত্ৰ কৰা হৈছে। অৱশ্যে এনে ৰজা বা ৰাজপৰিয়ালসমূহৰ সা-সম্পদৰ কথা কাচিৎহে চর্চা হয়। সেয়া যিয়েই নহওক, শেহতীয়াভাৱে বিশ্বজুৰি থাইলেণ্ডৰ ৰজা বৈজীৰালংকৰ্ণৰ সম্পত্তিৰ বিষয়ে চর্চা হৈছে।

ADVERTISEMENT

চৰ্চা অনুসৰি বিলাসী জীৱন যাপনত অভ্যস্ত ৰজা বৈজীৰালংকৰ্ণ ৩.৭ লাখ কোটি টকাৰ এক অকল্পনীয় অংকৰ সা-সম্পত্তিৰ গৰাকী। তেওঁৰ এই পৰ্বতসম সম্পত্তিৰ মাজত ৩৮ খন ব্যক্তিগত বিমান, তিনিশ বিলাসী গাড়ী আৰু ৫২ খন সোণৰ নাও আছে। ৰাজকীয় সা-সুবিধাৰ মাজত জীৱন কটোৱা বৈজীৰালংকৰ্ণ ৰমণী সংগপ্রিয়।

RelatedPosts

No Content Available

তেওঁ চাৰিবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ লগতে তেওঁৰ অসংখ্য প্রেমিকা আছে। ক্ষমতাৰ বলত ৰজাই তেওঁৰ বিৰোধিতা কৰা সকলৰ মুখ বন্ধ কৰি ৰাখি ৰাজকীয় সুখ ভোগত মত্ত হৈ থাকে। অতীতৰ ৰজাৰ দৰেই তেওঁ জীৱন যাপন কৰি আছে। ৰজা দশম ৰামাৰূপে অধিক খ্যাত বৈজীৰালংকৰ্ণৰ সম্পত্তিৰ বহু অংশ পৈতৃক সূত্রে লাভ কৰা।

গতিকে তেওঁৰ স’তে আজিৰ দিনৰ বিশ্বৰ বহু অর্বুদপতিৰ পাৰ্থক্য আছে। ২০১৬ৰ ১৩ অক্টোবৰত ৮৮ বছৰত ৰজা দশম ৰামাৰ পিতৃ ভূমিবল অদুল্যাদেজৰ বিয়োগ ঘটে। সেই সূত্রে তেওঁ সিংহাসনত উঠে। তেওঁ হৈছে ৰজা ভূমিবল আৰু ৰাণী ছিৰিকিতৰ একমাত্র পুত্র। ২০১৯ৰ মে’ত বৌদ্ধ আৰু ব্রাহ্মণ বিধি মতে বৈজীৰালংকৰ্ণৰ ৰাজ অভিষেক ঘটে।

১৯৫২ত ৰজা বৈজীৰালংকৰ্ণৰ জন্ম হয়।সিংহাসন আৰোহণৰ সময়ৰে পৰা তেওঁ থাইলেণ্ডৰ প্ৰধান কোম্পানীসমূহত বিনিয়োগ কৰিবলৈ ধৰে। তেওঁৰ ৰিয়েল এষ্টেট খণ্ডতো প্ৰচুৰ বিনিয়োগ আছে। থাইলেণ্ডৰ ৰাজধানী বেংককতে সম্প্রতি তেওঁৰ ১৭হেজাৰৰো অধিক স্থাৱৰ সম্পত্তি আছে।

ফলত তেওঁ দেশখনৰ অন্যতম সর্বাধিক ভূমিৰ গৰাকীত পৰিণত হৈছে। তেওঁৰ সংগ্রহত থকা তিনিশ বিলাসী গাড়ী, ৩৮ খন বিমান আৰু ৫২ খন নাও ৰাজপৰিয়ালৰ বিভিন্ন অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। ৰজা বৈজীৰালংকৰ্ণে ব্রিটেইন আৰু অস্ট্রেলিয়াত সামৰিক শিক্ষা গ্ৰহণ কৰে।

তদুপৰি তেওঁ যুদ্ধবিমান আৰু হেলিকপ্টাৰ বৈমানিকো। তেওঁ নিউ ছাউথ বেলছ বিশ্ববিদ্যালয়ৰ পৰা সামৰিক অধ্যয়নত ডিগ্রী গ্রহণ কৰে। তাৰ পাছতে তেওঁ ৰয়েল থাই আর্মিত সেৱা আগবঢ়ায়। ১৯৭০ত থাইলেণ্ডত গঢ়ি উঠা উগ্রপন্থী বিৰোধী সামৰিক অভিযানতো তেওঁ অংশ লয়।

বিপুল সা-সম্পত্তিৰ গৰাকী হৈ বিতর্কিত ব্যক্তিগত জীৱন কটালেও ৰজা বৈজীৰালংকৰ্ণ থাইলেণ্ডৰ ৰাজ ঐতিহ্য, বিলাসিতা আৰু ক্ষমতাৰ কর্তৃত্বশীলতাৰ প্ৰতীক হৈ আছে। বর্তমানেও তেওঁ দেশত প্ৰভাৱ বিস্তাৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে এনে এক বিশাল সা-সম্পত্তিৰ গৰাকী হোৱা সত্ত্বেও বৈজীৰালংকৰ্ণে ভাৰতৰ মুকেশ আম্বানী বা গৌতম আদানীক ঐশ্বৰ্যৰ দিশৰ পৰা চেৰ পেলাবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে ৰজা ভূমিবল আদুল্যাদেজে ৭০ বছৰ থাইলেণ্ড শাসন কৰে। তেওঁৰ পুত্ৰই বিলাসবহুল তথা ৰঙীণ জীৱন যাপন কৰি আছে। তেওঁৰ তিনিশ বিলাসী গাড়ীৰ মাজত মার্চিডিজ বেঞ্জ, বিএমডব্লিউ, লিমুজিন আদি আছে।

তেওঁৰ ৫২ খন নাও সম্পূৰ্ণ সোণৰে তৈয়াৰী। অৱশ্যে থাইলেণ্ডৰ এক প্রাচীন ৰীতি অনুসৰি পূৰ্বে ৰজা বৈজীৰালংকৰ্ণে কিছু সময়ৰ সন্ন্যাস জীৱন পালন কৰিছিল। ১৯৭৮৩ তেওঁ তিনি সপ্তাহৰ বাবে বৌদ্ধ ভিক্ষুৰূপে সময় পাৰ কৰে। তাৰ পূৰ্বে তেওঁ ছোওয়ামছায়ালি কিটিয়াকাৰাকে নামৰ এগৰাকী যুৱতীৰ স’তে বিবাহপাশত আবদ্ধ হয়।

পৰৱৰ্তী সময়ত তেওঁলোকৰ সংসাৰলৈ এগৰাকী কন্যা আহে। এই কন্যাৰ নাম বজ্রকিটিয়াভাৰ। অৱশ্যে ৭০ দশকৰ মাজভাগত তেতিয়াৰ যুৱৰাজ বৈজীৰালংকৰ্ণে অভিনেত্রী যুৱধিদা পলপ্ৰাছাৰ্থেৰ স’তে লিভ ইন সম্পর্ক গঢ়ি তোলে। সেই সূত্রেও বৈজীৰালংকৰ্ণ এগৰাকী কন্যা সন্তানৰ পিতৃ হয়। অৱশ্যে তেতিয়ালৈ বৈজীৰালংকৰ্ণৰ স’তে বিবাহ বিচ্ছেদ ঘটোৱা নাছিল তেওঁৰ পত্নী কিটিয়কাৰেই।

অৱশেষত ১৯৯৩ত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। তাৰ পাছতে তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হ’বলৈ মনস্থ কৰে। সেই মর্মে ১৯৯৪ত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়। তেওঁৰ যুৱৰাণীৰ নাম সুজাৰিনি বিভা ছাৰায়ংছে আছিল।

অৱশ্যে বিয়াৰ দুবছৰৰ পাছতে সুজাৰিনিয়ে প্ৰেমিকৰ স’তে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পলায়ন কৰে। তাৰ পূৰ্বে তেওঁ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। পাছত বৈজীৰালংকৰ্ণে তেওঁৰ এই কন্যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘূৰাই আনে।

অৱশ্যে পিতৃৰ স’তে চাৰি বছৰ থকাৰ পাছত তেওঁৰ এই কন্যা মাকৰ ওচৰলৈ ঘূৰি যায়। তেওঁৰ এই কন্যাক কূটনৈতিক পৰিচয় আৰু ৰাজ পৰিচয় দিয়া হোৱা নাই। আনহাতে, ২০০১৩ বৈজীৰালংকৰ্ণ পুনৰ বিবাহপাশত আবদ্ধ হয়। তেওঁৰ তৃতীয় পত্নী শ্ৰীৰশ্মি সুওয়াদি সাধাৰণ নাগৰিক আছিল। তেওঁৰ কোনো ৰাজ পৰিচয় নাছিল।

অৱশ্যে এটি পুত্র সন্তান জন্ম দিয়াৰ পাছতহে শ্ৰীৰশ্মিৰ স’তে বিবাহপাশত আবদ্ধ হোৱাৰ কথা প্রকাশ কৰে বৈজীৰালংকৰ্ণই। অৱশ্যে তেওঁৰ এই বিবাহো স্থায়ী নহ’ল।

১৩ বছৰ পাছত পুনৰ বিবাহ বিচ্ছেদ ঘটে বৈজীৰালংকৰ্ণৰ। ২০১৯ত তেওঁ বিবাহপাশত আবদ্ধ হয়। ৰাজ অভিষেকৰ তিনিদিন পূর্বে বহুতকে স্তম্ভিত কৰি ব্যক্তিগত দেহৰক্ষী দলৰ উপ-মুৰব্বী সুথিদাক বিয়া কৰায়। বিয়াৰ পাছত সুথিদাক তেওঁ ৰাণী উপাধি প্রদান কৰে।

পূর্বে সুথিদা বিমান কৰ্মচাৰী আছিল। ২০১৪ত বৈজীৰালংকৰ্ণে তেওঁক ব্যক্তিগত দেহৰক্ষী দলৰ উপ-কমাণ্ডাৰ নিযুক্তি দিয়ে। অৱশ্যে ৰজাৰ স’তে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে সুথিদা আৰু ৰজাৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা একাংশ বিদেশী সংবাদ মাধ্যমত প্রকাশ পায়।

এই কথা ৰাজপৰিয়ালে অস্বীকাৰ নকৰিলে। পৰৱৰ্তী সময়ত ৰজা বৈজীৰালংকৰ্ণ এক বিতৰ্কত সাঙোৰ খাই পৰে। কৰ’না মহামাৰীৰ সময়ত ২০১৬ৰ ২০ মাৰ্চত থাইলেণ্ডত ঘোষিত জৰুৰী অৱস্থাৰ সময়ত ৰজাই দেশবাসীক এৰি নিৰাপদ স্থানত আশ্রয় লয়। ইয়াক লৈ তেওঁ তুমুল বিতৰ্কৰ মাজত সোমায়।

তেতিয়া তেওঁ জাৰ্মানীৰ ৰাভাৰিয়াৰ আল্পছৰ বিখ্যাত হোটেল গ্ৰেণ্ড হোটেল ছোনেনবিখলত আশ্রয় লৈছিল। সেই সময়ত হোটেলখনত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ আছিল। এনে নিৰাপদ পৰিৱেশত হোটেলখনত বাস কৰাৰ সময়ত ৰজা বৈজীৰালংকৰ্ণক সংগ দিছিল ২০ গৰাকী যুৱতীয়ে।

ৰজাৰ ইচ্ছা অনুসৰি হোটেলখনৰ এটা বৃহৎ অংশৰ পৰিৱৰ্তন সাধন কৰা হয়। আনহাতে, বিপদৰ সময়ত দেশবাসীক এৰি থৈ নিৰাপদ স্থানত আশ্রয় লোৱাৰ বাবে তেওঁক আন্তর্জাতিক সংবাদ মাধ্যমে পলাতক আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: King of ThailandVajiralongkorn
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d