Wild elephants in Krishnai:হাতী- মানুহৰ সংঘাতৰ তীব্ৰতৰ

উদণ্ড যুৱকে হাতত লাঠি লৈ বন্যহস্তীৰ খেদাৰ চেষ্টা

elephant

Wild elephants in Krishnai:

হাতী- মানুহৰ সংঘাত তীব্ৰতৰ ৷একাংশ উদণ্ড যুৱকৰ মৰসাহ দেখিলে আপুনিও হ’ব আচৰিত ৷ হাতত লাঠি লৈ বন্যহস্তীৰ জাকক খেদাৰ চেষ্টা৷ এই ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ কৃষ্ণাইত

কৃষ্ণাইত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে বিচৰণ কৰিছে দাঁতিকাষৰীয়া অঞ্চলত ৷ যাৰবাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বন্যহস্তীৰ জাকটোত আছে প্ৰায় চল্লিশটাকৈ বন্যহস্তী ৷ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ ত্ৰস্তমান হৈ পৰা গঞাই এইক্ষেত্ৰত বন বিভাগৰ নিয়মীয়া টহল কামনা কৰিছে ৷

Exit mobile version