Poachers killed in Kaziranga:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ বনৰক্ষীৰ গুলীত ধৰাষায়ী হ’ল এটা চোৰাং চিকাৰী ৷ অগৰাতলি বনাঞ্চল এলেকাত নিশা সংঘটিত হয় এই ঘটনা ৷