Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

তথাকথিত উন্নয়নৰ স্বৰূপ উদঙাই অভূতপূর্ব কৃত্রিম বান, চৌদিশে কেৱল পানী,আশ্রয় শিবিৰ স্থাপন, ভৰলুৰ সুৰক্ষা বেৰৰ ওপৰেদি বাগৰিল পানী, অজুহাত মেঘালয়

publisher by publisher
May 31, 2025
in Assam
Reading Time: 1 min read
0
Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন
1
SHARES
8
VIEWS
ShareShareShareShare

Artificial Flood In Guwahati:

অতি ভয়ংকৰ,অতি বিপজ্জনক দুর্বিষহ কৃত্রিম বানে শুকুৰবাৰে সমগ্র গুৱাহাটীত সৃষ্টি কৰে অভূতপূর্ব পৰিৱেশ। বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা বৰষুণত গুৱাহাটীৰ অধিকাংশ অঞ্চলেই যি ধৰণে পানীত বুৰ যায় সেয়া পৰিৱেশ নেদেখা বহুতৰ বাবে নিশ্চিতভাবে অকল্পনীয়। ৰাজপথৰ ঠায়ে ঠায়ে এবুকু পর্যন্ত পানী উঠে। মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বাহিনী নদী আৰু ৰাজপথ একাকাৰ হৈ পৰে।

ADVERTISEMENT

সদায় দেখি থকা মানুহজনৰ বাবেও নদী কোনটো, ৰাস্তা কোনটো তাক অনুমান কৰাটো কঠিন হৈ পৰে। ৰাস্তাৰ বিপজ্জনক পদপথবোৰ ক’ত আছে সেয়াও স্বাভাৱিকতে চিনিব নোৱাৰা হয়। তাৰ পৰিণতিত মহানগৰীৰ বহু স্থানত কথমপি প্ৰাণ ৰক্ষা পৰে কে’বাজনো লোকৰ। চান্দমাৰিৰ পদপথৰ ভঙা অংশৰে এগৰাকী যুৱতী নলাত সোমাাই যায়। সৌভাগ্যক্রমে ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকৰ তৎপৰতাত নলাৰে উটি যোৱাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱতী গৰাকীৰ।

RelatedPosts

Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

Severe heat waves in five cities:গুৱাহাটীকে ধৰি পাঁচখন মহানগৰত স্বাভাৱিকতকৈ অধিক তাপমাত্রা

floodv1ইপিনে, অতি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকল। সম্পূর্ণ স্থৱিৰ হৈ পৰা মহানগৰীৰ বহু ৰাজপথত আজি নাছিল যান-বাহনৰ ব্যস্ততা। তাৰ পৰিৱৰ্তে বাস্তাই ৰাস্তাই ঘূৰি ফুৰে এছডিআৰএফ আৰু এনডিআৰএফৰ ৰবৰ নাও। যিসকল লোক এনে পৰিস্থিৰ মাজতো এৰাব নোৱাৰা কাৰণত বাহিৰ ওলাবলগীয়া হয়, তেওঁলোক ঘণ্টাৰ পাছত ঘণ্টা আৱদ্ধ হৈ পৰে পথৰ ওপৰতে। বিশেষকৈ গুৱাহাটীৰ চৌদিশত উৰণীয়া সেতুবোৰ হৈ পৰে তীব্র যান-জটৰ অভিকেন্দ্র।

কিয়নো উৰণীয়া সেতুৰ ওপৰৰ অংশৰ বাদে তলৰ চৌপাশে কেবল পানী আৰু পানী। মালিগাঁও, চান্দমাৰি, ছয়মাইল, দিছপুৰ ছুপাৰমার্কেট, গণেশগুৰি আৰু জুৰোডৰ উৰণীয়া সেতুত ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ ৰয় বাহনবোৰ। মহানগৰীত চলাচলৰ বৰ্তমানৰ সুলভ ‘গ্রীণ বাছ’বোৰো চলাচল বন্ধ কৰিবলৈ বাধ্য হয়। কাৰণ বহু স্থানত পানীৰ প্রকোপত বাছবোৰৰ মজিয়াও বুৰ যায়। তাৰ ফলত আগবেলা কে’বাখনো এনে বাছ ৰাস্তাতে বিকল হৈ পৰে। মানুহৰ ঘৰৰ ভিতৰতো একাঁল পর্যন্ত পানী উঠে। এনে বহু ঠাইৰ ঘৰৰ মজিয়া শুকুৰবাৰে বুৰ যায়। য’ত পূর্বে কাহানিও পানী উঠা নাছিল।

গুৱাহাটীৰ ভিতৰ অঞ্চলেই নহয়, বাহিৰেদি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো একেই অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বৰাগাঁৱৰ উৰণীয়া সেতুৰ ওপৰত একোখন বাহন ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ ৰয়? কিয়নো সেতুৰ দুই মূৰত ৰাষ্ট্ৰীয় ঘাই পথত একাঁটু পর্যন্ত পানী উঠে। সেই পানী ফালি যাবলৈ চেষ্টা কৰা কে’বাখনো চাৰিচকীয়া বাহনৰ ইঞ্জিন বিকল হৈ পৰে।

ইপিনে, যোৰাবাটৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। গুৱাহাটীৰ সমানে মেঘালয়তো আজি প্ৰচুৰ ৰষুণ হয়। তাৰ ফলত চুবুৰীয়া ৰাজ্যখনৰ পাহাৰৰ পৰা নামি অহা পানীৰ ধলে চৌদিশ এনেদৰে বুৰাই পেলায় যে ডাঙৰ চকাৰ বাহনবোৰৰো চলাচল বন্ধ হৈ পৰে। পানীৰ বলৰ কোবত কে’বাখনো ট্রাক উটি যোৱাৰ উপক্রম হোৱাত পথটোবে যাতায়াত সম্পূর্ণরূপে বন্ধ হৈ পৰে। এখন এম্বুলেন্স গৈ থকা অৱস্থাতে নিমিষতে বাঢ়ি অহা পানীৰ মাত্ৰাই আধালৈকে বুৰাই পেলায়। ইয়াৰ মাজতে আকৌ মহনগৰীৰ তিনিটা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। অৱশ্যে কোনো লোক এই ঘটনাত হতাহত হোৱা নাই। কিন্তু বাসগৃহৰ ক্ষতি সাধন হয়।

#কিমান নির্লজ্জ হ’ব পাৰে জনপ্রতিনিধি

২৪ ঘন্টাই ব্যস্ত গুৱাহাটীক  স্হবিৰ কৰি দিয়ে কৃত্রিম বানে। শুকুৰবাৰে এই অভূতপূর্ব পৰিৱেশত পানী নুঠা স্থানো একাঁঠু পানীত বুৰ যায়। যি পৰিয়ালৰ ঘৰৰ চৌহদত পূর্বে চিপ চিপীয়াকৈ পানী উঠিছিল আজি পানীৰ মাত্রা বিছনা পর্যন্ত উঠে। গুৱাহাটীত সচৰাচৰ কৃত্রিম বান হোৱা পৰিচিত স্থানবোৰকো আজি চেৰ পেলাই নতুনকৈ প্লাবিত হয় অঞ্চলবোৰ। বৰাগাঁৱৰ পৰা যোৰাবাট, পাঞ্জাবাৰী, ৰুক্মিণীগাঁও, হাতীগাঁও, সিজুবাৰী, বশিষ্ঠ, ভিআইপি ৰোড আদিলৈকে মহানগৰীৰ দক্ষিণ দিশত পানীৰ যি প্রকোপ দেখা যায় সেযা উত্তৰ দিশৰ মালিগাঁৱৰ পৰ আৰম্ভ কৰি চান্দমাৰি, বামুণীমৈদাম পুব দিশৰ সাতগাঁও পর্যন্ত পানীৰ প্রকোপৰ সমান তাগুর চলে। ডিএছ ৰোড, জুৰোডতো এই প্রকোপৰ মাত্রা কম নহয়।

flood 2ইমানৰ পাছতো মন্ত্রী জয়ন্ত মল্ল বৰুৱাই পৰিস্থিতিক লৈ প্রতিক্রিয়া ব্যক্ত কৰি এক প্ৰকাৰ মহানগৰবাসীৰ দুৰ্দশাক তাচ্ছিল্যৰে মন্তব্য কৰে যে পূর্বে এনেকুৱা বৰষুণ হ’লে গুৱাহাটী স্তব্ধ হৈ পৰিছিল, এইবাৰ তেনেকুৱা হোৱা নাই। তদুপৰি মন্ত্রীজনে কয়, ‘এইবাৰ জিএছ অথবা জুৰোডত পানী হোৱা নাই। হাতীগাঁও, বশিষ্ঠপুৰ আৰু আন আন কেইটামান স্থানতে পানী হৈছে। আমি পানী সিঁচা আৰম্ভ কৰিছো।’ যি সময়ত মহানগৰীৰ চৌদিশ আজি একপ্ৰকাৰ স্থবিৰ হৈ পৰে তাৰ পাছতো মন্ত্ৰীৰ এনে ভাষ্য যথেষ্ট দুর্ভাগ্যজনক বুলি ৰাইজৰ মাজত চর্চা চলিছে।

গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰি অহা প্রতিজন মন্ত্রীয়ে মহানগৰীখনক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ প্রতিশ্রুতি দিয়াৰ আকাল আজিলৈকে নহ’ল। সেই প্রতিশ্রুতিৰ বাস্তৱ প্রতিফলনহে কোনেও নেদেখিলে। স্মার্ট চিটি গঢ়িব বিচৰা গুৱাহাটীক প্রতিজন মন্ত্রী অৰু চৰকাৰে কেৱল মাত্রা গিনিপিগহে সজাই আহিছে। মহানগৰীৰ সাধাৰণ জনতাক তেওঁলোকে পুতলাৰ দৰে ব্যৱহাৰ কৰি আহিছে। স্বয়ম্ভ বিশেষজ্ঞ ৰূপত অৱতীৰ্ণ হৈ অহা এইসকল জনপ্রতিনিধিৰ বাবেই গুৱাহাটী তথা ইয়াৰ বাসিন্দাসকলে কৃত্রিম বনৰ অধিক যন্ত্রণাহে ভোগ কৰিব থাকিব লগা হৈছে। অথচ গুৱাহাটী উন্নয়নৰ নামত প্ৰতিখন চৰকাৰে কোটি কোটি টকা ব্যয় কৰি অহাৰ দাবী কৰি আহিছে। সেই পুঁজিৰ এটা বৃহৎ অংশ যে উদৰস্থ কৰি অহা হৈছে তাৰেই প্রতিচ্ছবি হ’ল সৃষ্টি হোৱা মহানগৰীৰ অৱর্ণনীয় পৰিস্থিতিৰ।

# আশ্রয় শিবিৰ স্থাপন

অভূতপূর্ব বানৰ বাবে মহানগৰীত ইতিমধ্যে দুটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। দিছপুৰ ৰাজহ চক্ৰৰ অন্তর্গত কক্মিণীগাঁও ৰংগমঞ্চ প্রেক্ষাগৃহ আৰু সাতগাঁও হাইস্কুলত শিবিৰ দুটা স্থাপন কৰা হৈছে। ইতিমধ্যে দুয়োটা শিবিৰত বৃহৎ সংখ্যক বানাক্রান্তই আশ্রয় গ্রহণ কৰিছে। আনহাতে, বহুলোকে আশ্রয় লৈছে আত্মীয়ব ঘৰৰ উপৰি হোটেল আৰু লজতো।

ইপিনে, উদ্ধাৰ অভিযানে অব্যাহত আছে। এছডিআৰএফ আৰু এনডিআএ‌ফৰ দলে নাৱেৰে ৰুক্মিণীগ’ও, জুৰিপাৰ, অনিল নগৰ, নবীন নগৰ আৰু সাতগাঁৱত বিশেষ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে আৰক্ষীয়েও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বশিষ্ঠ আৰক্ষী থানাৰ ইন্দিৰা নগৰত আৰক্ষীয়ে কে’বাগৰাকী বৃদ্ধা আৰু শিশুক বানত বুৰ যোৱা ঘৰৰ ভিতৰৰ পৰা  উদ্ধাৰ কৰে। উল্লেখ্য যে বশিষ্ঠ নদীয়েদি তথা বশিষ্ঠ মন্দিৰৰ কাষৰ জুৰিয়েদি  ভয়ংকৰভাৱে পানীৰ ধল নামে। এই পানীয়ে বশিষ্ঠৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। ইপিনে, ভৰলু নদীৰ সুৰক্ষা বেৰৰ ওপৰেৰে পানী বাগৰে। ফলত অনিল নগৰ, নবীন নগৰৰ উপৰি তৰুণ নগৰৰ দিশেও কৃত্রিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰে।

# ভূমিস্খলনত কথমপি প্ৰাণৰক্ষা পৰে

নেৰানেপেৰা বৰষুণ আৰু কৃত্রিম বানৰ মাজতে মহানগৰীৰ তিনিটা স্থানত ভূমিস্থলনত ঘটনা সংঘটিত হয়। এই ঘটনাত কথমপি মানুহৰ প্ৰাণৰক্ষা পৰে যদিও আৱাসগৃহৰ ক্ষতিসাধন হয়। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰী কৰা অনুসৰি হেঙেৰাবাৰীৰ লিচুবাগানৰ নিজৰাপাৰ, খাৰঘুলিৰ চিত্ৰাচল পথ, কাহিলিপাৰাৰ উজ্জ্বল নগৰত এই ঘটনা সংঘটিত হয়। নিজৰাপাৰত দুখন ইটৰ বেৰ এটা ঘৰৰ কাষতে বাগৰি পৰে। সেই সময়ত ঘৰটোত তিনিজন লোক আছিল।

চিত্ৰাচল পথৰ ঘটনাটোত পাহাৰৰ এটা অংশ ঘৰৰ ওপৰত খহি পৰে। উজ্জ্বল নগৰতো এটা ঘৰৰ চৌহদত পাহাৰৰ এটা অংশ খহি পৰে যদিও এটা ঘটনাত জীৱন আৰু সম্পত্তিৰ কোনো ক্ষতি নহ’ল। প্রসংগক্রমে দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কামৰূপ মহানগৰ জিলাৰ লগতে কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কামৰূপ, কাৰ্বি আংলং, শ্রীভূমি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ভূমিস্খলনৰ সতর্কবাণী জাৰি কৰিছে।

ইপিনে, সতর্কতামূলক ব্যবস্থা হিচাপে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰ আৰু ফেৰী সেৱা অনির্দিকালীনভাৱে বন্ধ ৰখা হৈছে। কামৰূপ মহানগৰ জিলা প্রশাসনে জৰুৰীকালীন পৰিস্থিতিৰ বাবে আজি দুটা হেল্পলাইন নম্বৰ মুকলি কৰে। নম্বৰ দুটা হ’ল- ০৩৬১-১০৭৭, ৯৩৬৫৪২৯৩১৪।

# পৰীক্ষা স্থগিত

বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে আজি অনুষ্ঠিত হ’বলগীয়া কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰখা হৈছে। পৰীক্ষাৰ নতুন দিন পৰৱৰ্তী সময়ত প্রকাশ কৰা হ’ব। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আজি অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাবোৰো স্থগিত ঘোষণা কৰা হৈছে।  আজিৰ পৰীক্ষাৰো দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।

# গুৱাহাটীত শিক্ষানুষ্ঠান বন্ধ ঘোষণা

প্ৰতিকুল বতৰৰ বাৰে শনিবাৰে গুৱাহাটীত শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ ৷

# গুৱাহাটীত বৰষুণৰ মাত্ৰা

কালি বিয়লিৰ পৰাই বিৰতিহীনভাৱে মহানগৰীত বৃষ্টিপাত অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজালৈ গুৱাহাটী বিমানকোঠত ৩৯ মিলিমিটাৰ, কলাক্ষেত্ৰত ১৯ মিলিমিটাৰ, গুৱাহাটী মহানগৰৰ ৰূপনগৰত ৩২ মিলিমিটাৰ, হেঙেৰাবাৰীত ১৭ মিলিমিটাৰ, ক্ষেত্ৰীত ৩৩.৫ মিলিমিটাৰ, চন্দ্ৰপুৰত ২৮.৫ মিলিমিটাৰ, সোণাপুৰত ২৭.৫ মিলিমিটাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ৪০ মিলিমিটাৰ বৰষুণ হয়।

# মেঘালয়ৰ পানীক লৈয়ে চৰকাৰী ব্যস্ততা

গুৱাহাটীৰ চৌদিশে কৃত্রিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তো চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীৰ লেমটো একাংশই মেঘালয় তথা ইউএছটিএমৰ পাহাৰখনন পৰিণতিতে গুৱাহাটীত কৃত্রিম বানে ভয়াবহ ৰূপ ধাৰণ কৰা বুলি প্রতিষ্ঠা কৰাৰ আপ্রাণ চেষ্ট অব্যাহত ৰাখিছে। অথচ গুৱাহাটীৰ আন আন দিশতো বানে তাণ্ডৱ সৃষ্টি কৰে। চৰকাৰৰ গুৱাহাটী উন্নয়নৰ নামত কৰি অহা ধনৰ শৰাধ আৰু বহুবন্ধী মন্ত্ৰীৰ কথাৰ ফুলজাৰিৰ পৰিণতিতে মহানগৰবাসীয়ে হৈছে যমৰ যন্ত্রণা ভুগি থাকিবলগীয়া হৈছে প্ৰাণৰ সংশয়ত।

# ৰাজ্যজুৰি অভাৱনীয় বৃষ্টিপাত

ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ উদ্ধৃতিৰে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণেৰে ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ দিশৰ জিলাবোৰত অভাৱনীয়ভাবে প্রবল বৃষ্টিপাত হয়। ঠায়ে ঠায়ে এই বৃষ্টিপাতে অতি বৃষ্টিৰ ৰূপো লয়। বংগোপসাগৰৰ উত্তৰ-পশ্চিম দিশত সৃষ্টি হোৱা শক্তিশালী নিম্নচাপৰ প্রভাৱতে এনে বৃষ্টিপাত হোৱাৰ উপৰি বতাহো অব্যাহত থাকে।

# কে’বাখনো জিলাত ৰেড এলার্ট

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই কাইলৈও কে’বাখনো জিলাত বেড এলার্ট কৰিছে। তদুপৰি আন কে’বাখনো জিলাত মজলীয়াৰ পৰা প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনাও কেন্দ্ৰটোৱে ব্যক্ত কৰিছে। বেড এলার্ট দিয়া ছখন জিলা হ’ল চিৰাং, বাসা, বৰপেটা, বজালী, বঙাইগাঁও আৰু তামুলপুৰ। জিলাকেইখনত প্ৰচুৰ বৃষ্টিপাতৰ লগতে ৩০-৪০ কিলোমিটাৰ বেগত বতাহো বলিব। আনহাতে, মজলীয়াৰ পৰা প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা জিলাকেইখন হ’ল, নলবাৰী, দৰং আৰু ওদালগুৰি।

#গুৱাহাটীত বান-ভূমিস্খলনৰ ভয়ংকৰ ৰূপ ,বোন্দাত ভূমিস্খলনত একেদিনাই শিশু,মহিলাসহ ৫জনৰ মৃত্যু

গুৱাহাটীত বান-ভূমিস্খলনৰ ভয়ংকৰ ৰূপ ৷বোন্দাত ভূমিস্খলনত একেদিনাই শিশু,মহিলাসহ ৫ জনৰ মৃত্যু ৷ বোন্দাৰ ছপাইদঙত মহিলা, শিশুসহ ৩জনৰ মৃত্যু ৷ বোন্দাৰ দৈমুগুৰিত মৃত্যু মাতৃ পুনম গোস্বামী, কন্যা নীলাক্ষী গোস্বামীৰ৷ দাতালপাৰাত পাহাৰ খহি মৃত্যু দ্বীপজ্যোতি বড়ো নামৰ এটি কিশোৰৰ, মালিগাঁৱৰ ৩নং গে’টতো ভূমিস্খলনত মৃত্যু ৰবীন দাস নামৰ এজনৰ ৷এই ঘটনা সংঘটিত হয় শুক্ৰবাৰে বিয়লী ৫-৩০ বজাত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodGuwahati AdministrationHeavy RainfallHigh AlartIMD REPORTLanslide IncidentSDRF
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 
News

চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

March 8, 2026
এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ
News

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

March 8, 2026
গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি
News

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
News

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d