Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

অৱশেষত তুমুল প্রতিবাদত শিৰনত কৰিবলৈ বাধ্য হ'ল চৰকাৰ

publisher by publisher
June 2, 2025
in News, Assam
Reading Time: 1 min read
0
কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 
1
SHARES
13
VIEWS
ShareShareShareShare

স্থানীয় লোকৰ প্ৰচুৰ ক্ষতিসাধন কৰি কাৰ্বি আংলং জিলাৰ খটখটিত স্থাপন কৰিবলৈ লোৱা সৌৰশক্তি প্রকল্পক লৈ কেন্দ্ৰ আৰু অসম চৰকাৰে বৃহৎ উজুটি খালে। ১৮ হেজাৰ বিঘা ভূমি সামৰি মুখ্যমন্ত্রী সৌৰশক্তি প্ৰকল্পৰ অধীনত এছিয়ান ডেভেলপমেন্ট বেংক (এডিবি)ৰ সহযোগত এহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এক সৌৰ উদ্যান স্থাপনৰ লক্ষ্য লৈছে অসম চৰকাৰে।

ADVERTISEMENT

এই অভিলাষী প্রকল্পলৈ তিনি হেজাৰ কোটিৰো অধিক টকাৰ ঋণ আগবঢ়োৱাৰ প্ৰতিশ্রুতি দিয়ে এডিবিয়ে। ইপিনে, এই প্রকল্পৰ বিৰুদ্ধে স্থানীয় কার্বি, নগা, কছাৰী আৰু আদিবাসী লোকসকলে প্ৰৱল প্রতিবাদ গঢ়ি তোলাত সম্প্রতি এছিয়ান ডেভেলপমেন্ট বেংকে প্রকল্পটোলৈ ঋণ প্রদান কার্য স্থগিত কৰিছে।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে প্রকল্পটোলৈ এই ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিলে স্থানীয় ২৪ খন গাঁৱৰ লোক ভয়াবহভাবে ক্ষতিগ্রস্ত হ’ব; কাৰণ এই লোকসকল স্থানান্তৰিত হ’ব।

গতিকে প্রকল্পটো স্থাপনৰ বিৰোধিতা কৰি কাৰ্বি আংলং সৌৰশক্তি প্রকল্প ক্ষতিগ্রস্ত জনতাৰ অধিকাৰ সমিতি নামৰ সংগঠনটোৰ উদ্যোগত স্থানীয় ৰাইজে তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লয়। এই প্রতিবাদে এনে জটিল ৰূপ ধাৰণ কৰে যে ইয়াৰ ওচৰত সেও মানি প্রকল্পটো স্থগিত কৰি অসম চৰকাৰে কেন্দ্রীয় বিত্ত মন্ত্রণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে।

এই পত্ৰৰ ভিত্তিত বিত্ত মন্ত্রণালয়ে কাৰ্বি আংলঙৰ সৌৰশক্তি প্রকল্পলৈ ঋণ প্রদান কার্য স্থগিত ৰাখিবলৈ এছিয়ান ডেভেলপমেন্ট বেংকক অনুৰোধ জনায়। কেন্দ্ৰৰ এই অনুৰোধ মর্মে এডিবিয়ে প্রকল্পটোলৈ তিনি হেজাৰ কোটিৰো অধিক টকাৰ ঋণ মুকলি কাৰ্য স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

এই কথা সদৰী কৰি কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ অৱৰ সচিবে এক বিবৃতিত কয়, ‘অসম সৌৰ প্ৰকল্পৰ বাবে ঋণ অনুমোদন স্থগিত ৰাখিবলৈ অসম চৰকাৰে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে যোৱা ২৩ মে’ত এডিবিৰ ভাৰতৰ আৱাসিক মিছনলৈ পত্ৰ প্ৰেৰণ কৰে।’

দুদিনৰ পাছত কেন্দ্ৰৰ এই পত্ৰ লাভ কৰি এডিবিয়ে প্রকল্পটোলৈ ঋণ অনুমোদন কাৰ্য স্থগিত ৰখা বুলি সূত্রই জনায়। অৱশ্যে এই সম্পর্কত অসম চৰকাৰে বাতৰি লিখাৰ পৰলৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই।

সম্পূৰ্ণৰূপে বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ

কাৰ্বি আংলঙৰ খটখটিত স্থাপন কৰিবলৈ লোৱা এহেজাৰ মেগাৱাট শক্তি উৎপাদনক্ষম সৌৰ উদ্যান ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে নিৰ্মাণৰ আঁচনি লোৱা হয়। এই প্রকল্পৰ ১৯.২৯ শতাংশ অংশ অসম চৰকাৰৰ আৰু ১৬.১৫ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ।

বাকী ৬৪.৫৬ শতাংশ ব্যক্তিগত খণ্ডৰ। এনে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে চাৰি হেজাৰ কোটিটকীয়া প্রকল্পটো নিৰ্মাণৰ লক্ষ্য লয় চৰকাৰে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ২০২৪ৰ ২৪ অক্টোবৰত এডিবিয়ে প্রকল্পটোলৈ ৪৩৪.২৫ নিযুত ডলাৰ অৰ্থাৎ তিনি হেজাৰ কোটিৰো অধিক টকাৰ ঋণ মুকলি কৰিবলৈ সন্মতি প্রকাশ কৰে।

তদুপৰি প্ৰকল্পটোলৈ সেউজ শক্তি পুঁজিৰ পৰা আৰু এক নিযুত ডলাৰ অৰ্থাৎ সাত কোটিৰো অধিক টকা কাৰিকৰী সাহায্যৰূপে আগবঢ়াবলৈ এডিবিয়ে ইচ্ছা প্রকাশ কৰে।

আনহাতে, এই অভিলাষী প্রকল্প স্থাপন হ’লে স্থানীয় ২৪খন গাঁৱৰ ৰাইজ স্থানচ্যুৎ হোৱাৰ আশংকা কৰি কাৰ্বি আংলং সৌৰশক্তি প্রকল্প ক্ষতিগ্রস্ত জনতাৰ অধিকাৰ সমিতিয়ে ৰাইজৰ সহযোগত প্ৰৱল প্রতিবাদ গঢ়ি তোলে।

এই প্ৰতিবাদৰ ওচৰত সেও মানি অসম চৰকাৰে প্ৰকল্পটোলৈ আগবঢ়োৱা ঋণ স্থগিত ৰাখিবলৈ জনোৱা সিদ্ধান্তক আদৰণি জনাইছে উক্ত সমিতিয়ে। সমিতিৰ আহ্বায়ক প্ৰণৱ দলেই অভিযোগ উত্থাপন কৰিছে যে এডিবিৰ পৰামৰ্শদাতাসকল আৰু চৰকাৰী বিষয়াবৰ্গই প্রকল্পটোৰ বাবে প্রয়োজনীয় ১৮ হেজাৰ বিঘা ভূমি মূল্যায়নত ব্যাপক অনিয়ম সংঘটিত কৰে।

চৰকাৰে স্থানীয় জনতাৰ সাংবিধানিক অধিকাৰ উলংঘা কৰি এই প্ৰকল্প স্থাপনৰ কাম আগবঢ়াই নিয়ে বুলিও দলেই অভিযোগ উত্থাপন কৰে। সম্প্রতি এডিবিয়ে ঋণ অনুমোদন স্থগিত কৰা কাৰ্যক চৰকাৰৰ বিৰুদ্ধে জনতাৰ বিজয় বুলি তেওঁ আখ্যা দিছে।

তেওঁ প্রকল্পটো সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে। একেদৰে এই সৌৰ প্ৰকল্প বিৰোধী প্রতিবাদলৈ সমৰ্থন জনোৱা অল পার্টি হিলছ লিডাৰ কনফাৰেন্সৰ সাধাৰণ সম্পাদক বিক্রম হান্সেয়ো প্রকল্পটো সম্পূৰ্ণৰূপে বাতিলৰ দাবী উত্থাপন কৰিছে।

হান্সেই কয়, ‘ঋণ স্থগিতকৰণ হৈছে সম্পূর্ণ প্রকল্পটো বাতিলৰ প্ৰথমটো স্তৰ। আমি বিচাৰো যে অসম চৰকাৰে এই প্রকল্প সম্পূৰ্ণৰূপে বাতিল কৰক আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতি ভূমি স্থানীয় খিলঞ্জীয়া লোকসকলৰ হাতত থকাটো নিশ্চিত কৰক।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamSolar
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d