Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AJP:মেট্ৰ’-বুলেট সপোন দেখুৱাই গুৱাহাটীত চলালে নাও-কলগছৰ ভূৰ

ক্ষমতালৈ অহা ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া মুখ্যমন্ত্ৰীয়ে ব্যর্থতাৰ ইতিহাস গঢ়িলে: অজাপ, আঢ়ৈ দশকত গুৱাহাটীৰ উন্নয়ন-সমস্যা সমাধানত হোৱা ব্যয়ৰ শ্বেতপত্ৰৰ দাবী

publisher by publisher
June 2, 2025
in News, Assam
Reading Time: 2 mins read
0
AJP:মেট্ৰ’-বুলেট সপোন দেখুৱাই গুৱাহাটীত চলালে নাও-কলগছৰ ভূৰ
1
SHARES
8
VIEWS
ShareShareShareShare

AJP:

বিগত আঢ়ৈ দশকত মহানগৰীৰ উন্নয়নৰ নামত আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কিমান টকা ব্যয় হ’ল, তাবৰ এখন শ্বেতপত্র প্রকাশ অসম জাতীয় পৰিষদে। দেওবাৰে দলৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক জগদীশ ভুঞাই এক সংবাদমেলত কয়, ‘চলিত বর্ষতে ড° হিমন্ত বিশ্ব শর্মাই ক্ষমতাত থকাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিব। তেওঁ ২০০১ত প্রথম বিধায়ক হৈছিল আৰু সেই বছৰতে তৰুণ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল। বিধায়ক নির্বাচিত হোৱাৰ এবছৰৰ ভিতৰতে অর্থাৎ ২০০২ত ড° শর্মা মন্ত্রী হৈছিল। তেতিয়াৰে পৰা ধৰাবাহিকভাৱে বিগত আঢ়ৈটা দশক তেওঁ ক্ষমতাত অধিষ্ঠিত হৈ আছে।’

ADVERTISEMENT

একেৰাহে ইমান দিন ক্ষমতাত থকা তেওঁহে অসমৰ একমাত্ৰ ৰাজনৈতিক নেতা বুলি অজাপৰ সাধাৰণ সম্পাদকজনে মন্তব্য কৰি কয়, ‘ৰাজ্যৰ আন কোনো ৰাজনৈতিক নেতাই ইমান দীঘলীয়া সময়ৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ নজিৰ নাই। সেই হিচাপত এইটো বর্ষ তেওঁৰ ক্ষমতাত আৰোহণৰ ৰূপালী জয়ন্তী বর্ষ; কিন্তু বিগত আঢ়ৈটা দশকৰ তেওঁৰ এই ৰাজনৈতিক জীৱন ব্যৰ্থতাৰ এক জীৱন্ত দস্তাবেজ।’ ভূঞাই লগতে কয় যে ড° শৰ্মাই কংগ্ৰেছৰ বিধায়কৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈকে সকলো ক্ষমতাৰ সুখ ল’লে। দীঘলীয়া সময়ৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীও হ’ল।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

গুৱাহাটীত তেওঁ নিজৰ বাল্যকালৰ পৰা এই বয়সলৈকে সমগ্র জীৱন কটালে। ইয়াতে তেওঁৰ পঢ়া-শুনা, ইয়াতে ৰাজনৈতিক জীৱনৰ আৰম্ভণি। তেওঁ নিজে গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা সমষ্টিৰ বিধায়ক; কিন্তু গুৱাহাটীবাসীৰ মৌলিক সমস্যাসমূহ তেওঁ সমাধান কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি ভূঞাই কয়, ‘মুখ্যমন্ত্রী ড° শৰ্মাৰ ৰাজনৈতিক জীৱনৰ ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আন কি হ’ব পাৰে।’

আনহাতে, কৃত্রিম বানপানীৰ প্ৰসংগত ভূঞাই কয়, ‘২০০৯ৰ ন জুলাইত ড’ শৰ্মাই ৰাজ্য চৰকাৰৰ মুখপাত্ৰৰূপে এখন সংবাদমেল আয়োজন কৰি ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে ‘গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫’ শীর্ষক এখন উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। উক্ত মাষ্টাৰ প্লেনৰ অধীনত ২০২৫ৰ ভিতৰত গুৱাহাটীৰ কৃত্রিম বান, খোৱাপানী, বাট-পথ, নলা-নৰ্দমাকে ধৰি সকলো সমস্যা সমাধান হ’ব। এতিয়া ২০২৫ চলি আছে আৰু ড’ শর্মাও গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ পৰা আহি অসমৰ মুখ্যমন্ত্ৰী হ’ল; কিন্তু মহানগৰৰ সমস্যা সমাধান হোৱাৰ সলনি এইবাৰৰ কৃত্রিম বানে পূৰ্বৰ সকলো
অভিলেখ ভংগ কৰিলে।’ এইবাৰ নতুন নতুন অঞ্চল কৃত্রিম বানৰ কৱলত পৰিল আৰু ক’লা পানী, বগা পানী, ৰঙা পানী, গোবৰ পানী, বোকা পানী সকলোৱে দেখিলে বুলি অজাপৰ নেতাজনে লগতে কয় যে কেনেকৈ সাধাৰণ মানুহ উন্মুক্ত পদপথৰ মেনহোলত সোমাই মৃত্যুৰ দুৱাৰৰ্ডলি পালেগৈ সকলোৱে দেখিলে।

চৰকাৰে পূৰ্বে গুৱাহাটীৰ মানুহক মেট্ৰ’ ৰেল, বুলেট ট্ৰেইনৰ সপোন দেখুৱাইছিল; কিন্তু তাৰ সলনি নাও আৰু কলগছৰ ভূৰ চলাহে দেখিলো বুলি উল্লেখ কৰি তেওঁ কয়, ‘বিজেপি আমোলৰ তথাকথিত উন্নয়নৰ যহত একাংশ মন্ত্রী-বিধায়কে বিদেশী কোম্পানীৰ বিলাসী বাহন কিনি থকাৰ বিপৰীতে গুৱাহাটীৰ মানুহে ব্যক্তিগত নাও কিনাৰ বাতৰি দেখা পালো। আনকি আমাৰ ইমানেই দুর্ভাগ্য যে কলগছৰ ভূৰত মৃতদেহ কঢ়িয়াই নি সৎকাৰ কৰিবলগীয়া এটা দুখজনক দৃশ্যও প্রত্যক্ষ কৰিবলগীয়া হ’ল। এয়া বিকাশ নে পশ্চাৎমুখী গতি সেয়া ৰাইজে নির্ধাৰণ কৰিব; কিন্তু ড° শৰ্মাৰ ৰাজনৈতিক জীৱনৰ এয়া যে ব্যৰ্থতাৰ দস্তাবেজ, সেয়া নিশ্চিত।’

গুৱাহাটীৰ কৃত্রিম বানপানী সমস্যা সমাধান নোহোৱাৰ কাৰণ আৰু ইয়াৰ বাবে দায়ী কোন সেয়া নির্ধাৰণ কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰি অজাপৰ সাধাৰণ সম্পাদকজনে কয় যে গুৱাহাটীৰ উন্নয়ন আৰু সমস্যা সমাধানৰ বাবে বিগত আঢ়ৈ দশকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা কিমান টকা আবন্টিত হৈছিল আৰু সেই ধন ক’ত কেনেকৈ খৰচ কৰা হ’ল, সেইখিনি জনাটো ৰাইজৰ অধিকাৰ। উক্ত সমস্ত তথ্য বর্ণনা কৰি এখন শ্বেতপত্র প্রকাশ কৰিবলৈ তেওঁ চৰকাৰক দাবী কৰে। তেওঁ লগতে কয়, ‘যোৱা আঢ়ৈটা দশকত গুৱাহাটীৰ উন্নয়ন আৰু সমস্যা সমাধানৰ বাবে বহু আঁচনি গ্রহণ কৰা হ’ল আৰু বহু হেজাৰ কোটি টকা খৰচ কৰা হ’ল।

গতিকে ৰাজ্য চৰকাৰে প্ৰস্তাৱিত শ্বেতপত্রত এই তথ্যকেইটাও উল্লেখ কৰাৰ প্ৰয়োজন হ’ব যে স্মার্ট চিটিৰ বাবে এতিয়ালৈকে কিমান টকাৰ আবন্টন হ’ল আৰু সেই টকা কি কি কামত ব্যৱহাৰ কৰা হ’ল? জৱাহৰলাল নেহৰু নগৰীয় পুনৰনৱীকৰণ আঁচনিৰ অধীনত এতিয়ালৈকে কিমান টকাৰ আবন্টন হৈছিল আৰু সেই ধন ক’ত কেনেকৈ খৰচ হ’ল? জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ পৰা কিমান টকাৰ আবণ্টন হৈছিল আৰু সেই টকা ক’ত ব্যয় হ’ল?

এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা কিমান টকা আবন্টন হৈছিল আৰু সেই টকা কি কি কামত ব্যয় হ’ল? বানমুক্ত গুৱাহাটী অভিযানৰ বাবে কিমান টকা ব্যয় হ’ল? জলাশয় পুনৰুদ্ধাৰ আঁচনিৰ বাবে কিমান টকা ব্যয় হ’ল? প্ৰাৰম্ভিক বান সতর্কতা ব্যৱস্থাৰ বাবে কিমান টকা ব্যয় হ’ল? কৃত্রিম বান প্ৰতিৰোধ ব্যৱস্থাপনা আঁচনিৰ বাবে কিমান টকা ব্যয় হ’ল? ২০০৯ত ঘোষণা কৰা গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ কি হ’ল আৰু কিমান টকা ব্যয় হ’ল? চৰকাৰে উল্লিখিত প্রশ্নকেইটাৰ উত্তৰ দিয়াটো প্রয়োজনীয়।’ উল্লেখ্য যে কৃত্রিম বানত আক্রান্ত তথা ক্ষতিগ্রস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দলটোৱে চৰকাৰক দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ajp PressmeetGuwahatiGuwahati Artificial Flood Issujagdish bhuyan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d