Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

ৰাজ্যৰ ১২ খন জিলাত প্ৰচুৰ বৃষ্টিপাতৰ সতর্কবাণী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই ,ৰবৰৰ নাৱৰে যাতায়াত মহানগৰীৰ কেতবোৰ পথত

publisher by publisher
May 30, 2025
in Assam, Flood, News
Reading Time: 2 mins read
0
Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Heavy Rainfall:

মুষলধাৰ বৰষুণত পুনৰ কৃত্রিম বানত সসাগৰা হয় গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল। বিশেষকৈ মহানগৰীৰ গণেশগুৰিৰ পৰা দক্ষিণ দিশত কৃত্রিম বানে আজি অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে। একেবাৰে যোৰাবাট পর্যন্ত পানীৰ কালৰূপে সাধাৰণ জীৱন যাত্ৰাই স্থৱিৰ কৰি তোলে। ইয়াৰ প্ৰভাৱ পৰে সমগ্র মহানগৰীত।

ADVERTISEMENT

কিয়নো পানীৰ বাবে খানাপাৰা, পাঞ্জাবাৰী, বশিষ্ঠ, হাতীগাঁও, বেলতলা, লালগণেশ আদিৰ পৰা যানবাহনৰ চলাচল প্ৰায় স্থৱিৰ হৈ পৰে। বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা হোৱা বৃষ্টিপাতৰ ফলত মূল পথবোৰেই পানীত বুৰ যোৱাত আগবেলা বিশেষকৈ মহানগৰ বাছ সেৱা স্থৱিৰ হৈ পৰাত জনজীৱনত ব্যাপক প্ৰভাৱ পৰে। কিয়নো এই অঞ্চলবোৰত যি বানৰ সৃষ্টি হয়, তাৰ প্রভাৱ আজিও দিনজুৰি অব্যাহত থাকে।  এছডিআৰএফৰ ৰবৰৰ নাৱৰেহে স্থানীয় বাসিন্দাসকলে যাতায়াত কৰিবলগীয়া হয় বৃহত্তৰ ৰুক্মিণীগাঁও অঞ্চলত।

ইপিনে, যোৰাবাটৰ বানপানীয়ে বৃহস্পতিবাৰে গুৰুতৰ ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত যোৰাবাটৰ উৰণ সেতুৰ তলৰ ৰাষ্ট্ৰীয় ঘাইপথৰে যানবাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰে। কে’বাখনো যানবাহন বানত আবদ্ধ হৈ পৰে। লক্ষ্যণীয়ভাবে পানীৰ প্রকোপ হ্রাস পালেও যাতায়াত বিপদসংকুল হৈ থকাৰ বাবে পথটোৰে নিয়ন্ত্রিত ৰূপতহে যানবাহন চলাচলত অনুমতি দিয়া হৈছে। ইপিনে, হাতীগাঁও, বেলতলা, ছার্ভে আদি অঞ্চলৰ কে’বাটাও উপ-পথ এই প্রতিবেদন যুগুতোৱা পৰলৈকে পানীত বুৰ গৈ আছে। আনহাতে, আজিও পানীত বুৰ যায় অনিল নগৰ আৰু নবীন নগৰ অঞ্চল।

ইপিনে, বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কে’বাখনো জিলাত আজিৰ দিনটোত ‘ৰেড এলার্ট’ জাৰি কৰিছে। অতিবৃষ্টি হোৱাৰ আশংকা বৃদ্ধি থকা জিলাকেইখন হ’ল- ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বাগসা বঙাইগাঁও, বজালী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি। ইপিনে, শুক্ৰবাৰে মহানগৰীৰ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আজি দিনটোৰ বেছিভাগ সময়ত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও আগজাননী দিয়া হৈছিল যদিও বৃহস্পতিবাৰে মাজনিশাৰে পৰা গুৱাহাটী সহ ৰাজ্যজুৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ।

উল্লেখ্য যে এইবাৰ দেশৰ কে’বাখনো ৰাজ্যত আগতীয়াকৈ মৌচুমী বায়ুৰে প্রবেশ কৰিছে। তাৰ ফলতে বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্রভাৱ অসমৰ উপৰি বাংলাদেশতো পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodGuwahatiHeavy RainfallHigh AlartIMD REPORT
publisher

publisher

Related Posts

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d