Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

FCI does not buy rice:খাদ্য নিগমে নিকিনে ধান: চৰকাৰ ব্যৰ্থ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধত

নাম পঞ্জীয়ন কৰিও ২২ হেজাৰৰ অধিক কৃষকে চৰকাৰী সংস্থাক চৰকাৰী দুৰ্বলতাৰ সুযোগ গ্রহণ মধ্যভোগীৰ বিক্ৰী নকৰিলে ধান

publisher by publisher
June 3, 2025
in News, Assam
Reading Time: 1 min read
0
FCI does not buy rice:খাদ্য নিগমে নিকিনে ধান: চৰকাৰ ব্যৰ্থ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধত
2
SHARES
22
VIEWS
ShareShareShareShare

FCI does not buy rice:

ৰাজ্যৰ কৃষকক মধ্যভোগীৰ গ্ৰাসৰ পৰা উদ্ধাৰত ব্যৰ্থ হৈছে চৰকাৰ। তাৰেই প্ৰতিফলন ঘটিছে ন্যূনতম সমর্থিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ অভিলাষী আঁচনিখনত। ২০২৪-২৫ত খাৰিফ শস্যৰ ধান বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰিও হেজাৰ হেজাৰ কৃষক প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি থাকিল। আনহাতে, ধান ক্ৰয়ৰ দায়িত্বত নিয়োজিত ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ দৰে সংস্থায়ো অতি কম পৰিমাণৰ ধানহে ক্ৰয় কৰিছে। তেনেদৰে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদো |

ADVERTISEMENT

এই ক্ষেত্রত ব্যর্থ হোৱাটো স্পষ্ট হৈছে। কেৱল নির্ধাৰিত লক্ষ্যত উপনীত হয় অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেছন লিমিটেড (নাফেড)। উল্লেখ্য যে এইবাৰো ধান বিক্ৰী কৰিবলৈ নাম পঞ্জীয়ন কৰা ৰাজ্যৰ কৃষকৰ সংখ্যা আছিল ৬৮,৪১৮জন তাৰে এই পর্যন্ত ৪৬,১৫৮ জনেহে ধান বিক্ৰী কৰে। অর্থাৎ ২২,২৬০ জনেই নাম পঞ্জীয়ন কৰিও নিজৰ উৎপাদিত ফচল বিক্ৰীৰ বাবে আগ্রহ প্রকাশ নকৰিলে। অথচ আঁচনিখন সফল কৰিবলৈ চৰকাৰে এইবাৰ অতিৰিক্ত লাভৰ সুবিধা আগবঢ়াইছিল। এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমর্থিত মূল্য (এমএছপি) ধাৰ্য কৰা হৈছিল ২,৩০০ টকা। ২০২০-২১ৰ পৰা অসমত এমএছপিৰ ভিত্তিত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল আৰু এইবাৰৰ টকাৰ পৰিমাণ আছিল সর্বোচ্চ।

RelatedPosts

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Nalbari:নলবাৰী এনএইছ এমৰ ৬ গৰাকী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

তদুপৰি কৃষকক উৎসাহিত কৰিবলৈ যোৱা মাৰ্চত কেবিনেট বৈঠকৰ জৰিয়তে ৰাজ্য চৰকাৰে অতিৰিক্ত ২৫০ টকাকৈ প্রতি কুইণ্টল ধানৰ বিপৰীতে আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে। ফলত কৃষকে লাভ কৰা ন্যূনতম সমৰ্থিত মূল্যৰ পৰিমাণ ২,৫৫০ টকালৈ বৃদ্ধি হয়। ইমানৰ পাছতো ২২ হেজাৰৰো অধিক কৃষকে নাম পঞ্জীয়ন কৰিও চৰকাৰী ব্যৱস্থাটোত নিজকে জড়িত নকৰিলে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, মধ্যভোগী তথা দালালৰ ওচৰত কৃষকৰ ধান বিক্ৰীৰ প্ৰৱণতা অদ্যাপি যথেষ্ট বেছি হৈ আছে।

চৰকাৰী ব্যৱস্থাটোৰ জটিলতা তথা দুৰ্বলতাৰ বাবেই এনে হোৱা বুলি বিভাগটোরে সিদ্ধান্তত উপনীত হৈছে। প্রাথমিকভাৱে ইয়াৰ কে’বাটাও কাৰণ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি, প্ৰতি বছৰে কৃষকে নাম পঞ্জীয়ন কৰিবলৈ যোৱাটো এক জটিল প্রক্রিয়া। আকৌ চৰকাৰী ব্যৱস্থাটোত ধান বিক্ৰীৰ ক্ষেত্ৰত যিমানবোৰ নীতি-নিয়ম ধার্য কৰা হৈছে সেয়া অধিকাংশ কৃষকৰ বাবে মুঠেই সহজসাধ্য নহয়। ধান বিক্ৰীৰ বিনিময়ত লগে লগে ধন লাভ নকৰাটোও চৰকাৰী ব্যৱস্থাটোৰ আন এক দুর্বলতা বুলি ঠাৱৰ কৰা হৈছে।

বিভাগীয় উচ্চস্তৰীয় সূত্রটোরে কয় যে মধ্যভোগী তথা দালালৰ ওচৰত শস্য বিক্ৰী কৰিলে এজন কৃষকে লগে লগে ইয়াৰ মূল্য পায়। ধান বিক্ৰী কৰিবলৈ তেওঁলোকে দূৰৰ চৰকাৰী কেন্দ্ৰবোৰলৈও যাব নালাগে। ঘৰত অথবা পথাৰতেই ধান বিক্ৰী কৰিব পাৰে। চৰকাৰী ব্যৱস্থাটোত ধানবোৰ যিমান শুকাব লাগে, যিমান চাফা কৰিব লাগে; তাৰ বিপৰীতে মধ্যভোগীৰ ওচৰত বিক্ৰী কৰিলে এনে চৰ্তৰ প্ৰয়োজন নাথাকে। এইকেইটা মূল কাৰণতে ৰাজ্যৰ বৃহৎ সংখ্যক কৃষক চৰকাৰী ব্যৱস্থাটোত নিজক সাঙুৰিবলৈ ইচ্ছুক নহয়। বহু সময়ত আনকি ক্ৰয়ৰ দায়িত্বপ্রাপ্ত সংস্থাকেইটাই কৃষকক টানি-আঁজুৰি আনিহে ধান বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে।

প্রসংগক্রমে উল্লেখ্য যে এইবাৰ প্রথম পৰ্যায়ত ক্ৰয়ৰ লক্ষ্য লোৱা ধানৰ পৰিমাণ আছিল ৫,৮২,৫০০ মেট্রিকটন। ইয়াৰ বিপৰীতে এই পর্যন্ত ক্ৰয় কৰা হৈছে ৫,৫৯,৯৮০ মেট্রিকটন। চাৰিটা সংস্থাৰ ভিতৰৰ এফচিআয়ে লক্ষ্য নির্ধাৰিত ৮৪ হেজাৰ মেট্রিক টনৰ বিপৰীতে এই পর্যন্ত ক্ৰয় কৰা ধানৰ পৰিমাণ হ’ল ১৭,২২৩ মেট্রিক টন। তেনেদৰে বিপণন পৰিষদে লক্ষ্য নির্ধাৰিত ৪,৫০০ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰিবলৈ সক্ষম হৈছে ২,৮৭১ মেট্রিক টন। ইয়াৰ বিপৰীতে লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হৈছে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডে আৰু নাফেডে।

সংস্থা দুটাই ক্রয় কৰা ধানৰ পৰিমাণ হ’ল ৪,৪৪,৪৩৮ মেট্রিক টন আৰু ৯৫,৫৮৮ মেট্রিক টন। ভাৰতীয় খাদ্য নিগম সংস্থা ব্যর্থ হোৱাৰ অন্যতম কাৰণ ৰাজ্যৰ কৃষকৰ প্ৰতি দায়বদ্ধহীনতা বুলি যোগান বিভাগৰ সূত্ৰই মন্তব্য কৰে। নিগমে আনকি ক্রয় কেন্দ্ৰৰ সংখ্যা বৃদ্ধিতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে এইবাৰ ৰাজ্যত ধান ক্ৰয়ৰ বাবে ১৬৯ টা কেন্দ্ৰ স্থাপন কৰা হয়।

কৃষক সংখ্যাৰ বিপৰীতে ক্রয় কেন্দ্ৰৰ সংখ্যা কম হোৱাটোৱেও একাংশ কৃষকক ফচল বিক্রীত উৎসাহিত নকৰিলে। কিয়নো কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰাত তালৈ ধান লৈ যোৱাৰ বিনিময়ত তেওঁলোকে পৰিবহণ ব্যয়য়ো যথেষ্ট বহন কৰিবলগীয়া হয়। তদুপৰি ধান লৈ যোৱাৰ পাছত কেন্দ্ৰত সেইবোৰ বিক্ৰীৰ বাবে উপযুক্ত হয় নে নহয়, সেয়াও অনিশ্চয়তাত থাকে। আর্দ্রতাৰ নিৰ্ধাৰিত পৰিমাণ থাকিলেহে আৰু ধানবোৰ প্ৰয়োজন অনুসৰি পৰিষ্কাৰ হ’লেহে বিক্ৰীৰ বাবে উপযুক্ত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtDoes not buy riceFCI
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d