Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

FCI does not buy rice:খাদ্য নিগমে নিকিনে ধান: চৰকাৰ ব্যৰ্থ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধত

নাম পঞ্জীয়ন কৰিও ২২ হেজাৰৰ অধিক কৃষকে চৰকাৰী সংস্থাক চৰকাৰী দুৰ্বলতাৰ সুযোগ গ্রহণ মধ্যভোগীৰ বিক্ৰী নকৰিলে ধান

publisher by publisher
June 3, 2025
in Assam, News
Reading Time: 1 min read
0
FCI does not buy rice:খাদ্য নিগমে নিকিনে ধান: চৰকাৰ ব্যৰ্থ মধ্যভোগীৰ দৌৰাত্ম্য ৰোধত
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

FCI does not buy rice:

ৰাজ্যৰ কৃষকক মধ্যভোগীৰ গ্ৰাসৰ পৰা উদ্ধাৰত ব্যৰ্থ হৈছে চৰকাৰ। তাৰেই প্ৰতিফলন ঘটিছে ন্যূনতম সমর্থিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ অভিলাষী আঁচনিখনত। ২০২৪-২৫ত খাৰিফ শস্যৰ ধান বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰিও হেজাৰ হেজাৰ কৃষক প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি থাকিল। আনহাতে, ধান ক্ৰয়ৰ দায়িত্বত নিয়োজিত ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ দৰে সংস্থায়ো অতি কম পৰিমাণৰ ধানহে ক্ৰয় কৰিছে। তেনেদৰে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদো |

ADVERTISEMENT

এই ক্ষেত্রত ব্যর্থ হোৱাটো স্পষ্ট হৈছে। কেৱল নির্ধাৰিত লক্ষ্যত উপনীত হয় অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেছন লিমিটেড (নাফেড)। উল্লেখ্য যে এইবাৰো ধান বিক্ৰী কৰিবলৈ নাম পঞ্জীয়ন কৰা ৰাজ্যৰ কৃষকৰ সংখ্যা আছিল ৬৮,৪১৮জন তাৰে এই পর্যন্ত ৪৬,১৫৮ জনেহে ধান বিক্ৰী কৰে। অর্থাৎ ২২,২৬০ জনেই নাম পঞ্জীয়ন কৰিও নিজৰ উৎপাদিত ফচল বিক্ৰীৰ বাবে আগ্রহ প্রকাশ নকৰিলে। অথচ আঁচনিখন সফল কৰিবলৈ চৰকাৰে এইবাৰ অতিৰিক্ত লাভৰ সুবিধা আগবঢ়াইছিল। এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমর্থিত মূল্য (এমএছপি) ধাৰ্য কৰা হৈছিল ২,৩০০ টকা। ২০২০-২১ৰ পৰা অসমত এমএছপিৰ ভিত্তিত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল আৰু এইবাৰৰ টকাৰ পৰিমাণ আছিল সর্বোচ্চ।

তদুপৰি কৃষকক উৎসাহিত কৰিবলৈ যোৱা মাৰ্চত কেবিনেট বৈঠকৰ জৰিয়তে ৰাজ্য চৰকাৰে অতিৰিক্ত ২৫০ টকাকৈ প্রতি কুইণ্টল ধানৰ বিপৰীতে আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে। ফলত কৃষকে লাভ কৰা ন্যূনতম সমৰ্থিত মূল্যৰ পৰিমাণ ২,৫৫০ টকালৈ বৃদ্ধি হয়। ইমানৰ পাছতো ২২ হেজাৰৰো অধিক কৃষকে নাম পঞ্জীয়ন কৰিও চৰকাৰী ব্যৱস্থাটোত নিজকে জড়িত নকৰিলে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, মধ্যভোগী তথা দালালৰ ওচৰত কৃষকৰ ধান বিক্ৰীৰ প্ৰৱণতা অদ্যাপি যথেষ্ট বেছি হৈ আছে।

চৰকাৰী ব্যৱস্থাটোৰ জটিলতা তথা দুৰ্বলতাৰ বাবেই এনে হোৱা বুলি বিভাগটোরে সিদ্ধান্তত উপনীত হৈছে। প্রাথমিকভাৱে ইয়াৰ কে’বাটাও কাৰণ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি, প্ৰতি বছৰে কৃষকে নাম পঞ্জীয়ন কৰিবলৈ যোৱাটো এক জটিল প্রক্রিয়া। আকৌ চৰকাৰী ব্যৱস্থাটোত ধান বিক্ৰীৰ ক্ষেত্ৰত যিমানবোৰ নীতি-নিয়ম ধার্য কৰা হৈছে সেয়া অধিকাংশ কৃষকৰ বাবে মুঠেই সহজসাধ্য নহয়। ধান বিক্ৰীৰ বিনিময়ত লগে লগে ধন লাভ নকৰাটোও চৰকাৰী ব্যৱস্থাটোৰ আন এক দুর্বলতা বুলি ঠাৱৰ কৰা হৈছে।

বিভাগীয় উচ্চস্তৰীয় সূত্রটোরে কয় যে মধ্যভোগী তথা দালালৰ ওচৰত শস্য বিক্ৰী কৰিলে এজন কৃষকে লগে লগে ইয়াৰ মূল্য পায়। ধান বিক্ৰী কৰিবলৈ তেওঁলোকে দূৰৰ চৰকাৰী কেন্দ্ৰবোৰলৈও যাব নালাগে। ঘৰত অথবা পথাৰতেই ধান বিক্ৰী কৰিব পাৰে। চৰকাৰী ব্যৱস্থাটোত ধানবোৰ যিমান শুকাব লাগে, যিমান চাফা কৰিব লাগে; তাৰ বিপৰীতে মধ্যভোগীৰ ওচৰত বিক্ৰী কৰিলে এনে চৰ্তৰ প্ৰয়োজন নাথাকে। এইকেইটা মূল কাৰণতে ৰাজ্যৰ বৃহৎ সংখ্যক কৃষক চৰকাৰী ব্যৱস্থাটোত নিজক সাঙুৰিবলৈ ইচ্ছুক নহয়। বহু সময়ত আনকি ক্ৰয়ৰ দায়িত্বপ্রাপ্ত সংস্থাকেইটাই কৃষকক টানি-আঁজুৰি আনিহে ধান বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে।

প্রসংগক্রমে উল্লেখ্য যে এইবাৰ প্রথম পৰ্যায়ত ক্ৰয়ৰ লক্ষ্য লোৱা ধানৰ পৰিমাণ আছিল ৫,৮২,৫০০ মেট্রিকটন। ইয়াৰ বিপৰীতে এই পর্যন্ত ক্ৰয় কৰা হৈছে ৫,৫৯,৯৮০ মেট্রিকটন। চাৰিটা সংস্থাৰ ভিতৰৰ এফচিআয়ে লক্ষ্য নির্ধাৰিত ৮৪ হেজাৰ মেট্রিক টনৰ বিপৰীতে এই পর্যন্ত ক্ৰয় কৰা ধানৰ পৰিমাণ হ’ল ১৭,২২৩ মেট্রিক টন। তেনেদৰে বিপণন পৰিষদে লক্ষ্য নির্ধাৰিত ৪,৫০০ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰিবলৈ সক্ষম হৈছে ২,৮৭১ মেট্রিক টন। ইয়াৰ বিপৰীতে লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হৈছে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডে আৰু নাফেডে।

সংস্থা দুটাই ক্রয় কৰা ধানৰ পৰিমাণ হ’ল ৪,৪৪,৪৩৮ মেট্রিক টন আৰু ৯৫,৫৮৮ মেট্রিক টন। ভাৰতীয় খাদ্য নিগম সংস্থা ব্যর্থ হোৱাৰ অন্যতম কাৰণ ৰাজ্যৰ কৃষকৰ প্ৰতি দায়বদ্ধহীনতা বুলি যোগান বিভাগৰ সূত্ৰই মন্তব্য কৰে। নিগমে আনকি ক্রয় কেন্দ্ৰৰ সংখ্যা বৃদ্ধিতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে এইবাৰ ৰাজ্যত ধান ক্ৰয়ৰ বাবে ১৬৯ টা কেন্দ্ৰ স্থাপন কৰা হয়।

কৃষক সংখ্যাৰ বিপৰীতে ক্রয় কেন্দ্ৰৰ সংখ্যা কম হোৱাটোৱেও একাংশ কৃষকক ফচল বিক্রীত উৎসাহিত নকৰিলে। কিয়নো কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰাত তালৈ ধান লৈ যোৱাৰ বিনিময়ত তেওঁলোকে পৰিবহণ ব্যয়য়ো যথেষ্ট বহন কৰিবলগীয়া হয়। তদুপৰি ধান লৈ যোৱাৰ পাছত কেন্দ্ৰত সেইবোৰ বিক্ৰীৰ বাবে উপযুক্ত হয় নে নহয়, সেয়াও অনিশ্চয়তাত থাকে। আর্দ্রতাৰ নিৰ্ধাৰিত পৰিমাণ থাকিলেহে আৰু ধানবোৰ প্ৰয়োজন অনুসৰি পৰিষ্কাৰ হ’লেহে বিক্ৰীৰ বাবে উপযুক্ত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtDoes not buy riceFCI
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d