Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

heroin 1 new scaled

Heroin Seized:

শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হে’ৰইন জব্দ। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে নিষিদ্ধ সামগ্ৰীখিনি। গুদামঘাট মিৰি গাওঁত বিক্রীৰ বাবে সাজোঁ কৰোতেই জব্দ কৰে হে’ৰইন সহ  চাইদুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক । জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Exit mobile version