Akhanda bhagwat Path in Nagaon :
নগাঁও চহৰৰ পাশ্বৱৰ্তী “কাৱৈমাৰী গাঁও নামঘৰ প্ৰাঙ্গনত” বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো ২৪তম্ “অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হয় ৷ সেই অনুসৰি আজি ৬ জুনৰ পৰা ৮ জুনলৈকে আৰম্ভ কৰা হৈছে অখণ্ড ভাগৱত পাঠ।