Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

বৰ্তমানলৈ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পালে ৯০জনলৈ,X 'যোগে সদৰি মুখ্যমন্ত্ৰীৰ

hbm new

Cm Tweets:

অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ পিছৰে চ’ছিয়েল মেডিয়াত দেশ বিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ দুজনক ৷ চানিউৰ ৰহমান ওৰফে চানী ভাই নামৰ যুৱকজনক কামৰূপ গ্ৰাম্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰী চানিদুল ইছলাম নামৰ আন এজন যুৱকক ৷ বৰ্তমানলৈ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ৯০ জন ৷ এই কথা X’ যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই |

Exit mobile version