Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পৰিয়ালৰ স’তে কথা পাতিব পাৰিব ৰাণাই, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ আবেদন মঞ্জুৰ আদালতৰ

publisher by publisher
June 9, 2025
in India, News
Reading Time: 1 min read
0
পৰিয়ালৰ স’তে কথা পাতিব পাৰিব ৰাণাই, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ আবেদন মঞ্জুৰ আদালতৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Tahawwur Rana:পৰিয়ালৰ স’তে কথা পাতিব পাৰিব মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই। সোমবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে মঞ্জুৰ কৰে তেওঁৰ আবেদন।

ADVERTISEMENT

আদালতে জনাইছে, কটকটীয়া নিৰাপত্তাৰ অধীনত ৰাণাক পৰিয়ালৰ স’তে এবাৰহে ফোনত কথা পাতিবলৈ দিয়া হ’ব।

RelatedPosts

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে

আনহাতে, অহা দহ দিনৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষক মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ স্বাস্থ্য সম্পৰ্কীয় দ্বিতীয়টো প্ৰতিবেদন দাখিল কৰিবলৈও আদালতে নিৰ্দেশ দিছে।

অনাগত দিনত তাহাউৰক নিয়মীয়াকৈ ফোনত কথা পাতিবলৈ দিয়া হ’ব নে নহয় সেই সন্দৰ্ভতো কাৰাগাৰ কৰ্তৃপক্ষক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে পাটিয়ালা হাউছ কোৰ্টে।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণ কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ অন্যতম পৃষ্ঠপোষক আছিল ৰাণা।আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী আছিল আমেৰিকাৰ নাগৰিক ডেভিল ক’লমেন হেডলী, যাৰ লগত ৰাণা ঘনিষ্ঠ।

প্ৰায় ডেৰ দশক ধৰি ভাৰতে এই অপৰাধীজনক ধৰিবলৈ চেষ্টা কৰি আহিছে। ২০১৩ চনত আমেৰিকাৰ আদালতে তেওঁক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

২০২০ চনত প্ৰশাসনে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।

কিন্তু ভাৰতে প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে তেওঁক পুনৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছতহে আমেৰিকা প্ৰশাসনে সন্ত্ৰাসবাদীজনক দিল্লীৰ জিম্মাত গতাই দিবলৈ আদালতত আবেদন জনায়।

২০২৩ চনৰ ১৬ মে’ত কেলিফৰ্ণিয়াৰ জিলা আদালতে ৰাণাক প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত ৰাণাই আন কেবাটাও স্থানত আবেদন জনায়। অৱশেষত ৰাণাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কিন্তু তেওঁ ক’তো সকাহ নাপালে।

ইয়াৰ পাছতে যোৱা বছৰৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যাব বুলি ৰায় দিয়ে। তেওঁ ওলোটাই আবেদন দাখিল কৰিলে, কিন্তু তাৰ পৰাও একো নহ’ল।

সকলো প্ৰচেষ্টা বিফল হোৱাৰ পাছতহে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। বৰ্তমান ৰাণা দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MUMBAITihar Jail
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d